বৰ্ষা বৰ্ণন
অধ্য়য়ন-১
১। শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ চনৰ কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ ১৪৪৯ চনৰ নগাঁও জিলাৰ বৰদোৱাত জন্ম হৈছিল ।
২। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃমহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ১৪৪৯ চনত জন্ম হৈছিল ।
৩। মণ্ডল শব্দৰ অৰ্থ কি ?
উত্তৰঃ মণ্ডল শব্দৰ অৰ্থ হ’ল ঘূৰণীয়া ।
৪। শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় কিমান বছৰ মানৱ জীৱন যাপন কৰিছিল ?
উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় ছকুৰি বছৰ মানৱ জীৱন যাপন কৰিছিল ।
৫। খৰ্ব্ব শব্দৰ অৰ্থ কি ?
উত্তৰঃ খৰ্ব্ব শব্দৰ অৰ্থ হ’ল খৰ, তীক্ষ্ণ ।
৬। নাকলিয় শব্দৰ অৰ্থ কি ?
উত্তৰঃ নাকলিয় শব্দৰ অৰ্থ হ’ল নোলায়, নাভাবি ।
৭। কিমান খৃষ্টাব্দত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে ?
উত্তৰঃ ১৫৬৮ খৃষ্টাব্দত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে ।
৮। ছন শব্দৰ অৰ্থ কি ?
উত্তৰঃ ছন শব্দৰ অৰ্থ হ’ল বিয়পি পৰা ।
৯। শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা কাব্য় কেইখনৰ নাম কি ?
উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা কাব্য় কেইখনৰ নাম হ’ল হৰিশ্চন্দ্ৰ উপাখ্য়ান, ৰুক্মিণী হৰণ কাব্য় বলিছলন, অমৃত মথন, কুৰুক্ষেত্ৰ আৰু অজামিলোপাখ্য়ান ।
১০। চণ্ড শব্দৰ অৰ্থ কি ?
উত্তৰঃ চণ্ড শব্দৰ অৰ্থ হ’ল খং, বৰ খঙাল ।
১১। শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা নাট কেইখনৰ নাম কি ?
উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা নাট কেইখনৰ নাম হ’ল পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় ।
১২। মহি শব্দৰ অৰ্থ কি ?
উত্তৰঃ মহি শব্দৰ অৰ্থ হ’ল পৃথিৱী ।
১৩। ছন্ন শব্দৰ অৰ্থ কি ?
উত্তৰঃ ছন্ন শব্দৰ অৰ্থ হ’ল ধ্বংস, নষ্ট ।
১৪। শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা গীত কেইটাৰ নাম কি ?
উত্তৰঃশ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা গীত কেইটাৰ নাম হ’ল বৰগীত, ভটিমা আৰু তোটয় ।
১৫। আসুখ শব্দৰ অৰ্থ কি ?
উত্তৰঃ আসুখ শব্দৰ অৰ্থ হ’ল অসম্ভৱ ।
১৬। পলুৰংগা শব্দৰ অৰ্থ কি ?
উত্তৰঃ পলুৰংগা শব্দৰ অৰ্থ হ’ল কেঁচুমাটি, কণ কণ মাটিৰ দ’ম ।
১৭। সামৰাজ শব্দৰ অৰ্থ কি ?
উত্তৰঃ সামৰাজ শব্দৰ অৰ্থ হ’ল সমূহ, সমূহত ।
১৮। শ্ৰীমন্ত শঙ্কৰদেৱে কি কি ৰচনা কৰিছিল ?
উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে কাব্য়, নাট, অনুবাদ সাহিত্য়, গীত আৰু নাম-প্ৰসংগমূলক ৰচনা কৰিছিল ।
১৯। গোষ্ঠক শব্দৰ অৰ্থত কি ?
উত্তৰঃ গোষ্ঠটক শব্দৰ অৰ্থ হ’ল গৰু-ম’হৰ খুঁটি।
২০। নিঝৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ নিঝৰ শব্দৰ অৰ্থ হ’ল নিজৰা ।
Type By Chandana Bora.
Check : Himashree Bora.
Post ID : DABP004029