ভাৰতৰ বৈচিত্ৰ্য়ৰ মাজত ঐক্য়
অধ্য়ায় ৯
(১) ড° হেমন্ত কুমাৰ শৰ্মা কোনখন গাঁৱত জন্ম হৈছিল ?
উত্তৰঃ নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাঁৱত জন্ম হৈছিল ।
(২) কেনেধৰনৰ লোক সকলক আদিম অধিবাসী লোক বোলে ?
উত্তৰঃ প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বসবাসকৰিছিল,তেওঁলোকক আদিম অধিবাসী বোলে ।
(৩) দ্ৰাবিড়সকল পোনতে কোন অঞ্চলত বাস কৰিছিল ?
উত্তৰঃ পঞ্জাবত বাস কৰিছিল ।
(৪) আৰ্যসকলৰ হেঁচাত দ্ৰাবিড়সকল পঞ্জাবৰ পৰা ক’ৰ লৈ যাবলৈ বাধ্য় হ’ল ?
উত্তৰঃ দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য় হ’ল ।
(৫) ভাৰতবৰ্ষ এখন কি দেখ ?
উত্তৰঃভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য় ঐতিহ্য়পূৰ্ণ দেশ ।
(৬) কাৰ পৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য়, শূদ্ৰ বৰ্ণৰ সৃষ্টি হয় ?
উত্তৰঃ আৰ্য্য়সকলৰ পৰা সৃষ্টি হয় ।
(৭) পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য় কি ?
উত্তৰঃ ভাত ।
(৮) ভাৰতবৰ্ষলৈ অহা এটি সুপ্ৰাচীন মানৱ গোষ্ঠীটোৰ নাম কি ?
উত্তৰঃ দ্ৰাবিড়সকল ।
(৯) ভাৰতৰ বৈচিত্ৰ্য়ৰ মাজত ঐক্য় পাঠটোৰ লেখক কেন ?
উত্তৰঃ ড° হেমন্ত কুমাৰ শৰ্মা ।
(১০) উত্তৰ, মধ্য় আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ কি ?
উত্তৰঃ ৰুটি ।
Type by- Mandira Saha .
Post ID: DABP004578