অন্ধবিশ্বাস অৰু কুসংস্কাৰ
অধ্য়ায় ৮
(১) শদিয়াৰ জলবায়ু কেনেধৰনৰ আছিল ?
উত্তৰ ঃ শদিয়াৰ জলবায়ু সেমেকা আছিল ।
(২) শিক্ষাৰ এক অন্য়তম অংগ কি ?
উত্তৰঃ ভ্ৰমণ ।
(৩) ইয়াণ্ডাবু সন্ধিৰ পিছত অসম খন কাৰ অধীনলৈ আহিছিল ?
উত্তৰ ঃ বৃটিছৰ অধীনলৈ আহিছিল ।
(৪) “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা ” বোলি কোনে কৈছিল?
উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল ।
(৫) মিছনেৰী সকলে কি ৰোগত আক্ৰান্ত হৈছিল ?
উত্তৰঃ মিছনেৰী সকলে কলেৰা ৰোগত আক্ৰান্ত হৈছিল ।
(৬)স্থানীয় লোকসকলে দৰৱ খোৱাৰ পৰিবৰ্তে কি খাইছিল ?
উত্তৰঃ বেজৰ মন্ত্ৰপূত পানীহে খাইছিল ।
(৭) অন্ধবিশ্বাস অৰু কুসংস্কাৰৰ পাঠতিৰ লেখক কোন ?
উত্তৰঃ জয়ন্ত মাধৱ বৰা ।
(৮) জয়ন্ত মাধৱ বৰা গৱেষণামূলক গ্ৰন্থ কেইখন ?
উত্তৰঃ দুখন ।
(৯) কি উপন্য়াসৰ বাবে গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল ?
উত্তৰঃ “অমৃত” উপন্য়সৰ বাবে শৰ্মা বঁটা লাভ কৰিছিল ।
Type by- Mandira Saha .
Post ID: DABP004577