অন্য়ৰ প্ৰতি ব্য়ৱহাৰ
অধ্য়ায়- ৬
১) সমুখত প্ৰসংসা কৰা কাৰ স্বভাৱ ?
উত্তৰঃ চাটুকীৰৰ স্বভাৱ ।
২) মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে কি ওলাই ?
উত্তৰঃ আপোনা-আপোনি মিঠা মাত ওলাই ।
৩) সত্য়নাথ বৰাৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ সত্য়নাথ বৰাৰ জন্ম ১৮৬০ চনত হৈছিল ।
৪) শঠৰ লগত সমন্ধ ৰাখিলে কি কৰা হয় ?
উত্তৰঃশঠৰ লগত সমন্ধ ৰাখিলে সঠতাক প্ৰশ্ৰয় দিয়া হয় ।
৫) মনত অহঙ্কাৰ ৰাখি মুখে নম্ৰ হলে মানুহক কি কৰা হয় ?
উত্তৰঃ ছল কৰা হয় ।
৬) কোন শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ?
উত্তৰঃলগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী ফুৰা মানুুহৰ স্বভাৱ নিচেই পাতল ।
৭) কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?
উত্তৰঃ অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া, এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।
৮) অন্য়ৰ প্ৰতি ব্য়ৱহা পাঠতিৰ লেখক কোন ?
উত্তৰঃসত্য়নাথ বৰা ।
৯) বিগতি শব্দৰ অৰ্থ কি ?
উত্তৰঃবিগতিৰ শব্দৰ অৰ্থ হল- ইতিকিং
Type By- Mandira Saha Post ID: DABP004582