মোৰ দেশ
অধ্য়ায়-৫
১) ‘মোৰ দেশ’ কবিতাটো কি ৰূপত জিলিকি উঠিছে ?
উত্তৰঃ স্বদেশপ্ৰেমৰ নিভাঁজ ৰূপত জিলিকি উঠিছে ।
২) হীৰেন ভট্ৰাচাৰ্যই সম্পাদন কৰা কবিতাপুথি এখনৰ নাম লিখা ।
উত্তৰঃ ‘ৰৌদ্ৰ কামনা’ ।
৩) কোনখন কবিতাপুথিৰ বাবে তেওঁ সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘শইচৰ পথাৰ মানুহ’ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল ।
৪) হীৰেন ভট্ৰাচাৰ্যৰ জন্ম কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ১৯৩২ চনত জন্ম হৈছিল ।
৫) মোৰ দেশ কবিতাটোৰ ৰচক কোন ?
উত্তৰঃ হীৰেন ভট্ৰাচাৰ্য ।
৬) ঐশ্বৰ্য শব্দৰ অৰ্থ কি ?
উত্তৰঃ ঐশ্বৰ্য শব্দত অৰ্থ হ’ল- বিপুল ধন-সম্পত্তি বা বিভূতি ।
৭) হীৰেন ভট্ৰাচাৰ্যৰ ক’ত জন্ম হৈছিল ?
উত্তৰ ঃ হীৰেন ভট্ৰাচাৰ্যৰ যোৰহাটত ।
Type by- Mandira Saha
Post ID: DABP005002