হনুমন্ত লঙ্কাদৰ্শন
অধ্য়ায়-১৩
১) মাধৱ কন্দলী কেন আছিল ?
উত্তৰঃ অসমীয়া সাহিত্য়ৰ শংকৰ-পূৰ্ব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলী ।
২) মাধৱ কন্দলী কোন শতিকাৰ কবি ?
উত্তৰঃ চতুৰ্দশ শতিকাৰ কবি ।
৩) মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ বাৰাহ (বৰাহী) ৰজা মহামাণিক্য় ।
৪) হনুমন্ত লংকাদৰ্শন নামৰ কবিতাটোৰ লেখক কোন ?
উত্তৰঃ মাধৱ কন্দলী ।
৫) মাধৱ কন্দলীয়ে কি ভাষাত ৰামায়ণখন অনুবাদ কৰে ?
উত্তৰ ঃ সংস্কৃত ভাষাত ৰামায়ণখন অনুবাদ কৰে ।
৬) বিৰাল শব্দৰ অৰ্থ কি ?
উত্তৰঃ মেকুৰী ।
৭) শংকৰদেৱে কিহক সন্মান জনাই কি কবি বুলি অভিহিত কৰিছিল ?
উত্তৰঃ শংকৰদেৱে মাধব কন্দলীৰ কাব্য়-প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ।
৮) কন্টকি মানে কি ?
উত্তৰঃ কাঁইটীয়া গছ ।
৯) ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কাব্য়াংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?
উত্তৰঃ শিৰোনামাৰ কাব্য়াংৰ পৰা লোৱাৈ হৈছে ।
১০) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ডত পোৱা যায় ?
উত্তৰঃ পাঁচটা কাণ্ডতে পোৱা যায় ।
Type by – Mandira Saha
Post ID: DABP005001