লোকসংস্কৃতি
অধ্য়ায় ১২
১) লোক শব্দটোৰ সলনি আন কি শব্দ ব্য়ৱহাৰ কৰিব পাৰি ?
উত্তৰঃ লোক শব্দটোৰ সলনি আন জন, গঞা, গণ আদি শব্দ ব্য়ৱহাৰ কৰিব পাৰি ।
২) সামাজিক আচাৰ-অনুষ্ঠান কেইটা ভাগত বিভক্ত ?
উত্তৰঃ সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত ।
৩) লোকসংস্কৃতিৰ বিষয়বস্তু প্ৰধান কৈ কেইটা ভাগত ভগাৱ পাৰি ?
উত্তৰঃ লোকসংস্কৃতিৰ বিষয়বস্তু প্ৰধান কৈ দুটা ভাগত ভগাৱ পাৰি ।
৪) ড° নবীন চন্দ্ৰ শৰ্মাই কিমান বছৰ শিক্ষকতা কৰিছিল ?
উত্তৰঃ ড° নবীন চন্দ্ৰ শৰ্মাই ৪৬ বছৰ শিক্ষকতা কৰিছিল ।
৫) লোকসাহিত্য় বা বাচিক কলাক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ লোকসাহিত্য় বা বাচিক কলাক ৫টা ভাগত ভগাব পাৰি ।
৬) লোকসংস্কৃতিৰ বিষয়বস্তু প্ৰধান দুটা কি কি ?
উত্তৰঃ ১) লোকসাহিত্য় বা বাচিক কলা ।
২) লোকজীৱন ।
৭) লোকজীৱনক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ লোকজীৱনক ৩টা ভাগত ভগাব পৰি ।
৮) লোক বোলিলে কি বোজা ?
উত্তৰঃ আমি ৰাইজ বুলিলে যি বুজোঁ তেনে অৰ্থকেই ‘লোক’ পজটোৱে বুজাই ।
৯) লোক বা জন বা গঞলোকসকল সাধাৰণতে ক’ত বাস কৰে ?
উত্তৰঃ লোক বা জন বা গঞলোকসকল সাধাৰণতগাঁৱে- ভূঞে বাস কৰে ।
১০) লোকসংস্কৃতিৰ পাঠটোৰ লেখক কোন ?
উত্তৰঃ লোকসংস্কৃতিৰ পাঠটোৰ লেখক হ’ল- ড° নবীন চন্দ্ৰ শৰ্মা ।
Type By- Mandira Saha
Post ID: DABP004717