আমাৰ মৌলিক কৰ্তব্য
Chapter 24
(১) কিমান চনত আমাৰ জাতীয় পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পাইছিল ?
(ক) ১৯৫০ চনৰ ৪ জুলাইত
(খ) ১৯৪৭ চনৰ ৫ আগষ্টত
(গ) ১৯৪৭ চনৰ ২২ জুলাইত
উত্তৰঃ (গ) ১৯৪৭ চনৰ ২২ জুলাইত
(২) কিমান অনুপাতত ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয় ?
(ক) ৩:১
(খ) ৩:২
(গ) ৩:৩
উত্তৰঃ (খ) ৩:২
(৩) আমাৰ পতাকা খনত মুঠতে কেইটা ৰং আছে ?
(ক) ৫ টা
(খ) ৪ টা
(গ) ৩ টা
উত্তৰঃ (গ) ৩ টা
(৪) ৰং কেইটা কি কি ?
(ক) ৰঙা, নীলা, হালধীয়া
(খ) বগা, কমলা, সেউজীয়া
(গ) বগা, নীলা, সেউজীয়া
উত্তৰঃ (খ) বগা, কমলা, সেউজীয়া
(৫) অশোক স্তম্ভটোত কেইডাল দণ্ড আছে ?
(ক) ২০ ডাল
(খ) ২৪ ডাল
(গ) ২৫ ডাল
উত্তৰঃ (খ) ২৪ ডাল
(৬) অশোক স্তম্ভটো পতাকাখনৰ কোনটো ৰঙৰ মাজত থাকে ?
(ক) বগা ৰঙৰ মাজত
(খ) কমলা ৰঙৰ মাজত
(গ) সেউজীয়া ৰঙৰ মাজত
উত্তৰঃ (ক) বগা ৰঙৰ মাজত
(৭) মাতৃ দিৱস কিমান তাৰিখে পালন কৰা হয় ?
(ক) ৮ মে’
(খ) ৮ মাৰ্চ
(গ) ৮ এপ্ৰিল
উত্তৰঃ (ক) ৮ মে’
(৮) ৰাখী বন্ধনত কি কৰা হয় ?
(ক) ভাইতি-ভন্টিৰ লগত কাজিয়া কৰা হয়
(খ) ভাইতি-ভন্টিক ৰাখি পিন্ধোৱা হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ভাইতি-ভন্টিক ৰাখি পিন্ধোৱা হয়
(৯) আমাৰ ৰাষ্ট্ৰীয় সংগীত টোৰ নাম কি ?
(ক) ‘অ মোৰ আপোনাৰ দেশ’
(খ) জন- গণ- মন
(গ) বন্দে মাতৰম
উত্তৰঃ (খ) জন- গণ- মন
(১০) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাব লাগে ?
(ক) ১ মিনিটত
(খ) ৫০ ছেকেণ্ডত
(গ) ৫২ ছেকেণ্ডত
উত্তৰঃ (গ) ৫২ ছেকেণ্ডত
(১১) আমাৰ জাতীয় সংগীতৰ নাম কি ?
(ক) অ মোৰ আপোনাৰ দেশ
(খ) বন্দে মাতৰম
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) অ মোৰ আপোনাৰ দেশ
(১২) কিমান চনৰ সংবিধান সংশোধনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ বাবে দহবিধ মৌলিক কৰ্তব্যৰ কথা উল্লেোখ কৰিছে ?
(ক) ১৯৭৫ চনৰ মতে
(খ) ১৯৭৬ চনৰ মতে
(গ) ১৯৭৭ চনৰ মতে
উত্তৰঃ (খ) ১৯৭৬ চনৰ মতে
(১৩) আমাৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল ?
(ক) মহাত্মা গান্ধীয়ে
(খ) লক্ষ্মীনাথ বেজবৰুৱাই
(গ) তৰুণ ৰাম ফুকনে
উত্তৰঃ (খ) লক্ষ্মীনাথ বেজবৰুৱাই
(১৪) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল ?
(ক) পণ্ডিত জৱাহৰলাল নেহৰুৱে
(খ) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে
(১৫) আমাৰ দেশপ্ৰেমমূলক গীত সমূহ কি কি ?
(ক) অ মোৰ আপোনাৰ দেশ, বন্দে মাতৰম, জন-গণ-মন
(খ) তেজৰে কমলাপতি
(গ) মন হীৰা দৈ
উত্তৰঃ (ক) অ মোৰ আপোনাৰ দেশ, বন্দে মাতৰম, জন-গণ-মন