ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ
Chapter 13
(১) চিৰাজউদ্দৌল্লাই কিমান খ্ৰীষ্টাব্দত ফোৰ্ট উইলিয়াম দুৰ্গ দখল কৰে ?
(ক) ১৭৬৫ খ্ৰীষ্টাব্দত
(খ) ১৭৪৫ খ্ৰীষ্টাব্দত
(গ) ১৭৫৬ খ্ৰীষ্টাব্দত
উত্তৰঃ (গ) ১৭৫৬ খ্ৰীষ্টাব্দত
(২) ইতিহাসত প্ৰথম যুদ্ধ বুলি ক’ত জনাজাত ?
(ক) বোম্বাইত
(খ) মাদ্ৰাজত
(গ) কৰ্ণাটকত
উত্তৰঃ (গ) কৰ্ণাটকত
(৩) ১৭৫৭ খ্ৰীষ্টাব্দত কোন ঠাইত নৱাবৰ লগত ইংৰাজৰ ৰণ হৈছিল ?
(ক) পলাশী
(খ) পলাশ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পলাশী
(৪) পলাশী যুদ্ধত কোন জয়ী হৈছিল ?
(ক) নৱাব
(খ) ইংৰাজ
(গ) যুদ্ধ হোৱাই নাছিল
উত্তৰঃ (খ) ইংৰাজ
(৫) পলাশী যুদ্ধত জয়ী হৈ কোনে প্ৰভুত্ব বিস্তাৰৰ সুবিধা পায় ?
(ক) নৱাবে
(খ) ফৰাচীয়ে
(গ) ইংৰাজে
উত্তৰঃ (গ) ইংৰাজে
(৬) ইংৰাজে পলাশী যুদ্ধ জয়ৰ পৰিপূৰ্ণতা কি যুদ্ধত লাভ কৰিছিল ?
(ক) বক্সাৰ
(খ) হকী
(গ) ক্ৰীকেট
উত্তৰঃ (ক) বক্সাৰ
(৭) ‘কৰদ মৈত্ৰী’ নীতি ইংৰাজৰ সম্ৰাজ্যবাদী মনোভাবৰ কিমান প্ৰকাশ আছিল ?
(ক) দ্বিতীয়
(খ) তৃতীয়
(গ) প্ৰথম
উত্তৰঃ (গ) প্ৰথম
(৮) কিমান খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা সাত বছৰীয়া ৰণৰ প্ৰতিক্ৰিয়া ভৰততো দেখা দিয়ে ?
(ক) ১৭৫৬ খ্ৰীষ্টাব্দত
(খ) ১৭৬৫ খ্ৰীষ্টাব্দত
(গ) ১৭৮৯ খ্ৰীষ্টাব্দত
উত্তৰঃ (ক) ১৭৫৬ খ্ৰীষ্টাব্দত
(৯) ১৭৫৬ খ্ৰীষ্টাব্দত ক’ত সাত বছৰীয়া ৰণ হৈছিল ?
(ক) আফ্ৰিকাত
(খ) ইউৰোপত
(গ) কৰ্ণাটকত
উত্তৰঃ (খ) ইউৰোপত
(১০) কাৰ যুদ্ধই ভাৰতত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক’ব পাৰি ?
(ক) ইংৰাজৰ
(খ) ফৰাচীৰ
(গ) ৱান্দিয়াছৰ
উত্তৰঃ (গ) ৱান্দিয়াছৰ
(১১) কিমান খ্ৰীষ্টাব্দত ক্লাইৱ স্বদেশলৈ ঘূৰি যায় ?
(ক) ১৭৬০ খ্ৰীষ্টাব্দত
(খ) ১৭৭০ খ্ৰীষ্টাব্দত
(গ) ১৭৮০ খ্ৰীষ্টাব্দত
উত্তৰঃ (ক) ১৭৬০ খ্ৰীষ্টাব্দত
(১২) ইংৰাজসকল নিৰূপায় হৈ কাৰ সহায় বিচাৰিলে ?
(ক) নৱাবৰ
(খ) ফৰাচীৰ
(গ) বোম্বাইৰ
উত্তৰঃ (ক) নৱাবৰ
(১৩) ভাৰতৰ অন্যান্য অঞ্চলৰ তুলনাত বংগদেশ কিহত যথেষ্ট চহকী ?
(ক) কুটিৰ শিল্পত
(খ) মৃৎ শিল্পত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) কুটিৰ শিল্পত
(১৪) কিমান খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্যু হয় ?
(ক) ১৭৫৮ খ্ৰীষ্টাব্দত
(খ) ১৭৫৭ খ্ৰীষ্টাব্দত
(গ) ১৭৫৬ খ্ৰীষ্টাব্দত
উত্তৰঃ (গ) ১৭৫৬ খ্ৰীষ্টাব্দত
(১৫) নৱাব আলিবৰ্দি খাঁৰ মৃত্যুৰ পিছত কাক বংগৰ নৱাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল ?
(ক) ডাঙৰ জীয়েকৰ পুত্ৰক
(খ) সৰু জীয়েকৰ পুত্ৰক
(গ) মাজু জায়েকৰ পুত্ৰক
উত্তৰঃ (খ) সৰু জীয়েকৰ পুত্ৰক
(১৬) আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েকৰ নাম কি আছিল ?
(ক) ইন্দ্ৰমালতী
(খ) ঘাচিতি বেগম
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ঘাচিতি বেগম