১। বিজ্ঞান শাস্ত কিহৰ ভঁৰাল?
(a)জ্ঞানৰ
(b)অজ্ঞান
(c)সাহিত্য
উত্তৰঃ (a)জ্ঞানৰ
২। জ্ঞানৰ বলত মানুহে কি কাম কৰিব পাৰে ?
(a)চৰ্চা
(b)অদ্ভুত
(c)কথিন
উত্তৰঃ (b)অদ্ভুত
৩। বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ লেখক কোন ?
(a)কিৰণ বেদী
(b)সৰোজিনী নাইডু
(c)সত্যনাথ বৰা
উত্তৰঃ(c)সত্যনাথ বৰা
৪। সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল ?
(a)১৯২৫
(b)২০১২
(c)১৮৬০
উত্তৰঃ (c)১৮৬০
৫। কিছুদিন তেখেতে কত অধ্যাপনা কৰিছিল?
(a)কটন কলেজত
(b)হাই স্কুলত
(c)ওপৰৰ দুটা হয়
উত্তৰঃ (a)কটন কলেজত
৬। তেখেতৰ দুখন গ্ৰন্থৰ নাম?
(a)সাহিত্য বিচাৰ
(b) আকাশ ৰহস্য
(c)ওপৰৰ দুটা হয়
উত্তৰঃ (c)ওপৰৰ দুটা হয়
৭। সৰুতেই তেখেতে কাক হেৰুৱাই ?
(a)খুৰাকক
(b)পিতৃ-মাতৃক
(c)আইতাকক
উত্তৰঃ (b)পিতৃ-মাতৃক
৮। তেখেতে কাৰ তত্ত্বাৱধানত শিক্ষা লাভ কৰে?
(a)খুৰাকৰ তত্বাৱধানত
(b)আইতাকৰ লগত
(c)ককাকৰ লগত
উত্তৰঃ (a)খুৰাকৰ তত্বাৱধানত
৯। বিজ্ঞান শাস্ত শিক্ষা কৰিলে কি ঘটনাৰ কাৰণ জনা যায়?
(a)ঢোলত কোব মাৰিলে শব্দ উঠে
(b)হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়
(c)ওপৰৰ দুটাই হয়
উত্তৰঃ(c)ওপৰৰ দুটাই হয়
১০। আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল কিহৰ ফল?
(a)বিজ্ঞান-চৰ্চাৰ ফল
(b)কু-সংস্কাৰৰ ফল
(c)শিক্ষাৰ ফল
উত্তৰঃ(a)বিজ্ঞান-চৰ্চাৰ ফল
১১। বহুত চহা মানুহে ধনগুলৈক কিহৰ মায়া বুলি ভাবে?
(a)ভুত-প্ৰেতৰ মায়া
(b)হাতৰ মায়া
(c)বিজ্ঞানৰ মায়া
উত্তৰঃ(a)ভুত-প্ৰেতৰ মায়া
১২। হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?
(a)চুনামি আহে
(b)ভূমিকম্প আহে
(c)একো নহয়
উত্তৰঃ(b)ভূমিকম্প আহে
১৩। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ কি জনা যায়?
(a)ৰহস্য
(b)মূল তত্ব
(c)এটাও নহয়
উত্তৰঃ(b)মূল তত্ব
১৪। প্ৰেত শব্দৰ অৰ্থ কি?
(a) ভূত
(b)পিশাচ
(c)দুটাই হয়
উত্তৰঃ(c)দুটাই হয়
১৫। দুষ্কৰ শব্দৰ অৰ্থ কি?
(a)দুসাধ্য
(b)ভূত
(c)বননি
উত্তৰঃ (c)বননি
১৬। হাবিয়নি শব্দৰ অৰ্থ কি?
(a)জংঘল
(b)প্ৰভেদ
(c)ৰহস্য
উত্তৰঃ(a)জংঘল
১৭। পৰিমিত শব্দৰ অৰ্থ কি?
(a)জোখৰ
(b)জাবৰ
(c)জ্ঞাত
উত্তৰঃ(a)জোখৰ
১৮। ধনগুলৈ শব্দৰ অৰ্থ কি?
(a)জেখৰ
(b)জাবৰ
(c)জঞাত
উত্তৰঃ(b)জাবৰ
১৯। চহা শব্দৰ অৰ্থ কি?
(a)গাঁৱত থকা লোক
(b)চহৰত থকা লোক
(c)বনত থকা লোক
উত্তৰঃ(c)বনত থকা লোক
২০। উদ্গতি পথত কিহে বাধা দিয়ে?
(a)বিজ্ঞান চৰ্চা
(b)কু-সংস্কাৰ
(c)সাহিত্য
উত্তৰঃ (b)কু-সংস্কাৰ