১. অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল ?
(a) সামৰিক
(b) সামাজিক
(c) অৰ্থনৈতিক
উত্তৰঃ (a) সামৰিক
২. বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
(a) ৰাজনৈতিক
(b) সামৰিক
(c) গণতান্ত্ৰিক
উত্তৰঃ (a) ৰাজনৈতিক
৩. ৰামসিংহ কোন আছিল?
(a) মোগলৰ ৰজা
(b) মোগলৰ সন্য
(c) মোগলৰ সেনাপতি
উত্তৰঃ (c) মোগলৰ সেনাপতি
৪. তেওঁ কিয় অসমলৈ আহিছিল
(a) অসমৰ প্ৰতি থকা হিংসাৰ ভাৱ নাইকিয়া কৰিবলৈ
(b) অসম আক্ৰমণ কৰিবলৈ
(c) অসম উপকাৰ কৰিবলৈ
উত্তৰঃ (b) অসম আক্ৰমণ কৰিবলৈ
৫. শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
(a) লাচিতৰ সন্য আৰু মোগলৰ মাজত
(b) আহোম আৰু মোগলৰ মাজত
(c) লগাই নাছিল
উত্তৰঃ (b) আহোম আৰু মোগলৰ মাজত
৬. লাচিতৰ অধিনত কিমান সন্য আছিল?
(a) তিনি লখ্য
(b) দুই লখ্য
(c) এক লখ্য
উত্তৰঃ (c) এক লখ্য
৭. মোগলে নাঁওৰে সৈতি ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি?
(a) লাচিত
(b) কোৱামৃদ্ধ হাজৰিকা
(c) ৰামসিংহ
উত্তৰঃ (b) কোৱামৃদ্ধ হাজৰিকা
৮. মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিতবৰফুকনে কাক লোৱা লাগাই থৈছিল
(a) কটকী ৰামচৰণক
(b) ৰামসিংহক
(c) কোৱামৃদ্ধ
উত্তৰঃ (a) কটকী ৰামচৰণক
৯. লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰাম সিংহলৈ কি পঠিয়াইছিল?
(a) অফুগুতি পঠিআইছিল
(b) দুচুঙা বালি পঠিআইছিল
(c) এচুঙা বালি পঠিআইছিল
উত্তৰঃ (c) এচুঙা বালি পঠিআইছিল
১০. অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল নে নাই?
(a) কৰিছিল
(b) নাই
(c) নে যুদ্ধ হোৱাই নাছিল
উত্তৰঃ (a) কৰিছিল
১১. যুগ শব্দৰ বিশেষণ শব্দ কি হ’ব?
(a) ঐতিহাসিক
(b) যুগমীয়া
(c) সামাজিক
উত্তৰঃ (b) যুগমীয়া
১২. শৰাইঘাট শব্দৰ বিশেষণ শব্দ কি হ’ব?
(a) মতলীৱা
(b) অৰ্থনৈতিক
(c) শৰাইঘটীয়া
উত্তৰঃ (c) শৰাইঘটীয়া
১৩. মাতাল শব্দৰ বিশেষণ শব্দ কি হ’ব?
(a) যুগ
(b) সামৰিক
(c) মতলীৱা
উত্তৰঃ (c) মতলীৱা
১৪. গাওঁ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া
(a) গাঁৱলীয়া
(b) নগৰীয়া
(c) চহৰীয়া
উত্তৰঃ (a) গাঁৱলীয়া
১৫. পাহাৰ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া
(a) পমুৱা
(b) ৰণোৱা
(c) পাহাৰীয়া
উত্তৰঃ (c) পাহাৰীয়া
১৬. পাম শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া
(a) খকুৱা
(b) পামুৱা
(c) বনুৱা
উত্তৰঃ (b) পামুৱা
১৭. নম্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(a) নম্ৰতা
(b) মিত্ৰতা
(c) দুষ্টালি
উত্তৰঃ (a) নম্ৰতা
১৮. মিত্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(a) ধিতিঙালি
(b) ভদ্ৰতা
(c) মিত্ৰতা
উত্তৰঃ (c) মিত্ৰতা
১৯. ভদ্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(a) সত্যতা
(b) ভদ্ৰতা
(c) ভালৰি
উত্তৰঃ (b) ভদ্ৰতা
২০. দুষ্ট শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া
(a) ধিতিঙালী
(b) মিত্ৰতা
(c) দুষ্টালী
উত্তৰঃ (c) দুষ্টালী