Chapter 10
প্ৰত্যাহ্বান
১। দিব্যাংগ মানে কি?
a) অক্ষম
b) অক্ষম নহয় অন্য ধৰণে সক্ষম
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) অক্ষম নহয় অন্য ধৰণে সক্ষম
২। পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছিল?
a) ছবি অঁকা আৰু গান গোৱা
b) নৃত্য
c) ৰন্ধা
Ans: a) ছবি অঁকা আৰু গান গোৱা
৩। তেখেতে কি বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়?
a) বিশ্ববিদ্যালয়ৰ পৰা
b) সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা
৪। জুলী বৰুৱাই বাছ দুৰ্ঘটনাত পতিত হৈ তেওঁ কি হেৰুৱাইছিলে?
a) তেওঁৰ ভৰি দুখন
b) তেওঁ মূকবধিৰ হৈছিল
c) তেওঁৰ হাত দুখন
Ans: c) তেওঁৰ হাত দুখন
৫। আন্তৰ্জাতিক অক্ষম-ব্যাক্তিৰ দিৱস কেতিয়া পালন কৰা হয়?
a) ৮ অক্টোবৰত
b) ৬ জানুৱাৰীত
c) ৩ ডিচেম্বৰত
Ans: c) ৩ ডিচেম্বৰত
৬। কিমান শতাংশ ভূমি বিশেষভাৱে সক্ষম ব্যাক্তিৰ বাবে সংৰক্ষিত থাকিব?
a) ৩% ভুমি
b) ৭% ভূমি
c) ৯% ভূমি
Ans: a) ৩% ভুমি
৭। প্ৰিন্সি,জুলী আৰু সংগ্ৰামজ্যােতিৰ দৰে শিলচৰৰ উদাৰবন্দৰৰ তেনে এজন দিব্যাংগ লোকৰ নাম কি?
a) পংকজ গগৈ
b) পংকজ চক্ৰৱৰ্তী
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) পংকজ চক্ৰৱৰ্তী
৮। পংকজ চক্ৰৱৰ্তী কি আছিল?
a) দৃষ্টি হীন
b) মূকবধিৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) দৃষ্টি হীন
৯। তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন কি?
a) দৃষ্টিহীন যুৱক
b) মূকবধিৰ যুৱক
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) মূকবধিৰ যুৱক
১০। সংগ্ৰামজ্যোতিক সফল চিত্ৰশিল্পী হিচাপে গঢ় দিয়াত কাৰ ভূমিকা আছিল?
a) নলিনীবালা দেৱীৰ
b) মিত্ৰদেৱ মহন্তৰ
c) শ্ৰীমতী আইমণি চৌধুৰীৰ
Ans: c) শ্ৰীমতী আইমণি চৌধুৰীৰ
১১। সংগ্ৰামজ্যোতিৰ মাতৃৰ নাম কি?
a) শ্ৰীমতী আইমণি চৌধুৰীৰ
b) নলিনীবালা দেৱী
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) শ্ৰীমতী আইমণি চৌধুৰীৰ
১২। কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল?
a) বালিকা বিদ্যালয়ে
b) সোণাৰীৰ ৰজাঢাপ প্ৰাথমিক বিদ্যালয়ে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) সোণাৰীৰ ৰজাঢাপ প্ৰাথমিক বিদ্যালয়ে
১৩। মূকবধিৰ শব্দৰ অৰ্থ কি?
a) কাণেৰে নুশুনা
b) খোজ কাঢ়িব নোৱাৰা
c) কাণেৰেও নুশুনা,ক’বও নোৱাৰা
Ans: c) কাণেৰেও নুশুনা,ক’বও নোৱাৰা
১৪। এন্ধাৰ শব্দৰ বিপৰীত অৰ্থ কি?
a) জাগ্ৰত
b) পোহৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) পোহৰ
১৫। অমংগল শব্দৰ বিপৰীত অৰ্থ কি?
a) সক্ষম
b) এন্ধাৰ
c) মংগল
Ans: c) মংগল
১৬। আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটো কোনে ৰচনা কৰিছিল?
a) প্ৰিন্সী গগৈয়ে
b) জুলী বৰুৱাই
c) সংগ্ৰাম জ্যোতি চৌধুৰীয়ে
Ans: b) জুলী বৰুৱাই
১৭। বাধাগ্ৰস্ততা বা দিব্যাংগ বিষয়টো কিহৰ বিষয় নহয়?
a) স্ফূৰ্তিৰ
b) পুতৌ বা সহানুভূতিৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) পুতৌ বা সহানুভূতিৰ
১৮। সফল শব্দৰ বিপৰীত অৰ্থ কি?
a) সক্ষম
b) বিফল
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) বিফল
১৯। স্বাভাৱিক শব্দৰ বিপৰীত অৰ্থ কি?
a) জাগ্ৰত
b) অস্বাভাৱিক
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) অস্বাভাৱিক
২০। সংগ্ৰামজ্যােতি কি বিষয়ত পাৰদৰ্শী?
a) নৃত্য
b) চিত্ৰাংকন
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) চিত্ৰাংকন