বস্তু বিজ্ঞান অধ্য়য়ন
1/ বিজ্ঞান শাস্ত কিহৰ ভঁৰাল ?
উত্তৰঃ বিজ্ঞান শাস্ত জ্ঞানৰ ভঁৰাল।
2/ জ্ঞানৰ বলত মানুহে কি কাম কৰিব পাৰে ?
উত্তৰঃ জ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিব পাৰে।
3/ বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ লেখক কোন ?
উত্তৰঃ বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ লেখক সৰোজিনী নাইডু।
4/ সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ সত্যনাথ বৰা ১৮৬০ চনত জন্ম হৈছিল।
5/ কিছুদিন তেখেতে কত অধ্যাপনা কৰিছিল ?
উত্তৰঃ কিছুদিন তেখেতে কটন কলেজত অধ্য়াপন কৰিছিল।
6/ তেখেতৰ দুখন গ্ৰন্থৰ নাম ?
উত্তৰঃ তেখেতৰ দুখন গ্ৰন্থৰ হল সাহিত্য় বিচাৰ, আকাশ ৰহস্য়।
7/ সৰুতেই তেখেতে কাক হেৰুৱাইছিল ?
উত্তৰঃ সৰুতেই তেখেতে পৃতৃ- মাতৃক হেৰুৱাইছিল।
8/ তেখেতে কাৰ তত্ত্বাৱধানত শিক্ষা লাভ কৰে ?
উত্তৰঃ তেখেতে খুৰাকৰ তত্বাৱধানত শিক্ষা লাভ কৰে।
9/ বিজ্ঞান শাস্ত শিক্ষা কৰিলে কি ঘটনাৰ কাৰণ জনা যায় ?
উত্তৰঃ বিজ্ঞান শাস্ত শিক্ষা কৰিলে ঢোলত কোব মাৰিলে শব্দ উঠে হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়।
10/ আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল কিহৰ ফল ?
উত্তৰঃ আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান-চৰ্চাৰ ফল।
11/ বহুত চহা মানুহে ধনগুলৈক কিহৰ মায়া বুলি ভাবে ?
উত্তৰঃ বহুত চহা মানুহে ধনগুলৈক ভুত-প্ৰেতৰ মায়া বুলি ভাবে।
12/ হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?
উত্তৰঃ হাতীয়ে গা লৰালে ভূমিকম্প আহে বুলি ভাবে।
13/ উদ্গতি পথত কিহে বাধা দিয়ে ?
উত্তৰঃ উদ্গতি পথত কু-সংস্কাৰে বাধা দিয়ে।
14/ বস্তু বিজ্ঞান অধ্য়য়নৰ লেখক কোন ?
উত্তৰঃ বস্তু বিজ্ঞান অধ্য়য়নৰ লেখক হল- সত্য়নাথ বৰা।
15/ বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উদ্গতিৰ পথ কি কৰি দিয়ে ?
উত্তৰঃ বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উদ্গতিৰ পথ মোকলাই দিয়ে।
Type By- Subhas Nath