শিশু লীলা
১। শিশু লীলা কবিতাটোৰ কবিৰ নাম কি ?
উত্তৰঃ শিশু লীলা কবিতাটোৰ কবিৰ নাম শ্ৰী শ্ৰী শংকৰদেৱ।
২। কবিৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ কবিৰ জন্ম ১৪৪৯ হৈছিল।
৩। মহাপুৰুষজনাৰ লক্ষ্য কি আছিল ?
উত্তৰঃ মহাপুৰুষজনাৰ লক্ষ্য জাতিটোক সংস্কৃতিৱান ৰূপে গঢ়ি তোলা আৰু জাতিটোক সুৰুচিপূৰ্ণ ৰূপে গঢ়ি তোলা আছিল।
৪। তেখেতৰ দ্বাৰা ৰচিত সকলো গ্ৰন্থৰ উদ্দেশ্য হ’ল পৰমজনাৰ কি কৰা ?
উত্তৰঃ শ্ৰৱণ-কীৰ্তন কৰা।
৫। শিশু-লীলা’ত কাৰ কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ শিশু-লীলা’ত কৃষ্ণৰ লগৰ শিশু সকল ,বলভদ্ৰ আৰু যশোদাৰ ,কৃষ্ণৰ।
Type By-Subhas Nath