দেশভক্তৰ নিন্দা অসহনীয়
পাঠ-বাৰ
অনুশীলনী
১) কোনে ইংৰাজ বিষয়াজনক ইংলেণ্ডত হত্যা কৰিছিল ?
উত্তৰঃ- মদনলাল ধীংৰা নামৰ এজন ভাৰতীয় যুৱকে লণ্ডনত ইংৰাজ বিষয়াজনক ইংলেণ্ডত হত্য়া কৰিছিল।
২) সভাৰ ভিৰৰ মাজতে গৰ্জি উঠা যুৱকজন কোন আছিল ?
উত্তৰঃ- সভাৰ ভিৰৰ মাজতে গৰ্জি উঠা যুৱকজন বিনায়ক দামোদৰ সাৱৰকাৰ আছিল।
৩) সাৱৰকৰৰ মূৰত কোনে প্ৰহাৰ কৰিছিল ?
উত্তৰঃ- সাৱৰকৰৰ মূৰত পামৰ নামৰ এজন এংলো ভাৰতীয়ই প্ৰহাৰ কৰিছিল।
৪)পামৰক কোনে ছুৰি মাৰিছিল ?
উত্তৰঃ- পামৰক এছ, পি. থীৰুমল্লাচাৰ্য নামৰ এজন যুৱকে ছুৰি মাৰিছিল।
৫) কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ঁ ?
উত্তৰঃ- এইটো নিজে নিজৰ ভাষাত লিখি ল’বা।
Type * Arup Koch
Morigaon (Assam)
Author By Rajashree Bora
Post ID :DABP006432