Class 7 MCQs History School AJB Chapter 9 অসমৰ বেহা- বেপাৰ 

১) মুছলমানসকল কামৰূপলৈ প্ৰথম কিমান চনত আহিছিল?১. ১৬২২ খ্ৰি. ত

১. ১৬২২ খ্ৰি. ত

২. ১২০৬ খ্ৰি.ত

৩. ১২৩৪ চনত

উত্তৰঃ ২. ১২০৬ খ্ৰি.ত

২)  কোন ৰজাৰ ৰাজত্বকালৰ পৰা মুদ্ৰাৰ ব্য়ৱহাৰ হয়?

  1. কোচ ৰজা বিশ্বসিংহৰ
  2. কোচৰজা নাৰায়ণসিংহ
  3. কোচ ৰজা গৌতম সিংহ

উত্তৰঃ কোচ ৰজা বিশ্বসিংহৰ

৩) জলপথৰে নাও লৈ বেহা-বেপাৰ কৰা লোকক কি বোলা হয়?

  1. নাবিক
  2. মুদৈ
  3. এটাও নহয়

উত্তৰঃমুদৈ

৪) নামনি অসমৰ এটা জনপিয় অনুষ্ঠান কি?

১. ভঠেলি

২. ভোগালি

৩. ওপৰৰ এটাও নহয়

উত্তৰঃ১. ভঠেলি

৫) অসমৰ বড়ো আৰু কাছাৰীসকলে মাঘ বিহুক কি বোলি কৈছিল?

১. দোমাসী বা দোমাহী

২. ভোগালি

৩. কঙালি

উত্তৰঃ ১. দোমাসী বা দোমাহী

৬) বড়োসকলে মাঘ বিহুৰ মেজিটোক কি বোলি কৈছিল

১. বিলাগুৰ

২. ভেলাঘৰ

৩. এটাও নহয়

উত্তৰঃ১. বিলাগুৰ

৭) বড়ো সকলে বহাগ বিহুক কি বোলে?

১. গৌইছাগু

২. বৌইছাগু

৩. এটাও নহয়

উত্তৰঃ ২. বৌইছাগু

৮) মাঘবিহু বছৰ কোনটো সময়ত পালন কৰা হয়?

১. ঠাণ্ডা দিনৰ সময়ত

২. গৰম দিনৰ সময়ত

৩. ওপৰৰ এটাও নহয়

উত্তৰঃ ১. ঠাণ্ডা দিনৰ সময়ত

৯) অসমৰ কৃষি উৎসৱ কেইতা আৰু কি কি ?

  1. ৩ টা আৰু বহবাগ বিহু, কাতি বিহু, লক্ষি পুজা
  2. ৩ টা আৰু দুৰ্গা পুজা, লক্ষি পুজা, কাতি বিহু
  3. ৩ টা আৰু বহাগ বিহু, কাতি বিহু, মাঘ বিহু

উত্তৰঃ ৩ টা আৰু বহাগ বিহু, কাতি বিহু, মাঘ বিহু

১০) লৃগাং বিহুৰ দিনা মিচিংসকলে পুৱা কুকুৰা ডাকতে কি বজায়?

১. ঢ়োল বজায়

২. বৰ তাল বজায়

৩. বৰ কাঁহ বজায়

উত্তৰঃ ৩. বৰ কাঁহ বজায়

১১)মিচিং সকলে খেতিৰ অন্তত কি উৎসৱ পালন কৰে?

১. মাঘ বিহু

২. পৰাগ বা নৰাছিঙা উৎসৱ

৩. ওপৰৰ দুয়োতা

উত্তৰঃ ২. পৰাগ বা নৰাছিঙা উৎসৱ

১২) পৰাগ বা নৰাছিঙা উৎসৱ কত পালন কৰা হয়?

১. পথাৰত সজা ভেলা ঘৰত

২. গাওঁৰ মাজত সজা মৰং ঘৰত

৩. নাম ঘৰত

উত্তৰঃ ২. গাওঁৰ মাজত সজা মৰং ঘৰত

১৩)লালুংসকল কোতিয়া বিহু পাতে?

১. বহাগ মাহৰ প্ৰথম বুধ বাৰে

২. বহাগ মাহৰ বুধবাৰে.

৩. বহাগমাহৰ পুণিমা দিনা ৰাতি

উত্তৰঃ ১. বহাগ মাহৰ প্ৰথম বুধ বাৰে

১৪) কৰম পুজা কোন মাহত পালন কৰা হয়

১. বহাগ মাহত

২. ভাদ মাহত

৩. আহিন মাহত

উত্তৰঃ ২. ভাদ মাহত

১৫) কৰম পুিজা কিমান প্ৰকাৰ 

১. ১ প্ৰকাৰ

২. ২ প্ৰকাৰ

৩. ৩প্ৰকাৰ

উত্তৰঃ ২. ২ প্ৰকাৰ

১৬) কৰম পুজাৰ ভাগকেইতা কি কি

১. ৰাজহ কৰম, জিতিয়া কৰম

২. ৰজা কৰম, জতিয়া কৰম

৩. ৰাজ কৰম, জিতিয়া কৰম

উত্তৰঃ ১. ৰাজহ কৰম, জিতিয়া কৰম

১৭) ভাদমাহৰ পঞ্চমী তিথিৰপৰা একাদশীলৈ কি কৰম পালন কৰা হয়?

  1. ৰাজহ কৰম
  2. জিতিয়া কৰম
  3. ওপৰৰ দুিয়োতা

উত্তৰঃ ৰাজহ কৰম

১৮) ভেকুলি বিয়া কিয় পতা হয় 

  1. বৰষুন নহবৰ কাৰণে
  2. বৰষুন হবৰ কাৰণে
  3. ৰদ দিবৰ কাৰণে

উত্তৰঃ বৰষুন হবৰ কাৰণে

১৯) টুচুপৰ্ব কেতিয়া পালন কৰা হয়

  1. পুহ আৰু মাঘৰ সমকান্তি দিনা
  2. ভাদ আৰু আহিনৰ সমকান্তি দিনা
  3. কাতি আৰু আহিনৰ সমকান্তি দিনা

উত্তৰঃ পুহ আৰু মাঘৰ সমকান্তি দিনা

২০) পতিমা বিসৰ্জন দিয়োতে স্নান কৰে সেই স্নানক কি স্ননা বোলে 

  1. মকৰ স্নান বোলে
  2. দেবী স্নান বোলে
  3. কৰ্ম স্নান বোলে

উত্তৰঃ মকৰ স্নান বোলে