১) কি কি জন্তুৰ যুজ হয়?
- ঘোৰা, হাতী, মহ, গৰু
- মহ, গৰু, মেঠোন
- গাধ, কুকুৰ, মেকুৰি
উত্তৰঃ মহ, গৰু, মেঠোন
২) মহৰ যুজ বৰ্তমান সময়ত কোন ঠাইত প্ৰচলিত?
- ন গাওঁ
- মৰিগাওঁ
- শিৱসাগৰ
উত্তৰঃ মৰিগাওঁ
৩) কি কি চৰাই যুজ হয়
- কুকুৰা, মৰা, ভাটৌ,
- শালিকা, কুকুৰা, মৰা, ভাটৌ,
- শেন, ভাটৌ, কুকুৰা, বয়লা
উত্তৰঃ কুকুৰা, মৰা, ভাটৌ,
৪) কোন ৰজাৰ দিনত এই জন্তুৰ আৰু চৰাই যুজ বোৰে জনপ্ৰিয় লাভ কৰে
- আহোম স্বৰ্গদেউ পতাপ সিংহৰ দিনত
- আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
- আহোম স্বৰ্গদেউ গৌৰিনাথ সিংহৰ দিনত
উত্তৰঃ আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
৫) ঘৰ বাহিৰৰত খেলা খেলক ইংৰাজীত কি বোলা হয়?
- Out door Game
- In door Game
- Out side Game
উত্তৰঃ Out door Game
৬) Out door Game ৰ ভিতৰত কি খেল অন্য়তম
- ক্ৰিকেত
- ফুদবল
- নাও খেল
উত্তৰঃ নাও খেল
৭) কৃষ্ণ জন্ম উৎসৱত খেলা খেলটোৰ নাম কি?
- বোকা খেল
- ফাকুৱা খেল
- ওপৰৰ দুয়োতা
উত্তৰঃ বোকা খেল
৮) ঘৰ ভিতৰত খেলা এবিধ খেলৰ নাম লিখা
- হকি খেল
- ক্ৰিকেত খেল
- পাশা খেল
উত্তৰঃ পাশা খেল
৯) মহাভাৰতত কৌৰৱে কি খেলত জয় লাভ কৰিছিল
- হকি খেলত
- পাশা খেলত
- কেৰম খেল
উত্তৰঃ পাশা খেলত
১০) ঘৰ বাহিৰত খেলা এবিধ খেলৰ নাম ?
- লুডু খেল
- হকি খেল
- টেম্পল ৰান
উত্তৰঃ হকি খেল
১১) ধৰ্ম সম্পৰ্কীয় এবিধ খেলৰ নাম ?
- টাচ খেল
- ক্ৰিকেট
- বোকা খেল
উত্তৰঃ বোকা খেল
১২) কি শৰিৰে খেল ধেমালি কৰিব নোৱাৰি?
- অসুস্থ শৰিৰে
- সুস্থ শৰিৰে
- শকত শৰিৰে
উত্তৰঃ অসুস্থ শৰিৰে
১৩) বৰ্তমানতো কি জন্তু খেলৰ প্ৰচলন আছে ?
- গৰু
- গাহৰি
- মহ
উত্তৰঃ মহ
১৪) গেন খেল বিধ কোন ৰাজ্য়ৰ পুৰণি খেল ?
- মণিপুৰৰ
- ৰাজস্থানৰ
- অসমৰ
উত্তৰঃ অসমৰ
১৫) গেন খেল বিধ আজি কালি কি খেলৰ লগত মিল আছে ?
- ক্ৰিকেত
- হকি
- ফুদ বল
উত্তৰঃ হকি
১৬)প্ৰাচিন কালৰে পৰা অসমীয়া মানুহৰ জীৱন নিৰ্বাহ প্ৰনালী কেনেধৰনৰ?
- আত্মনিৰভশিল
- চাকৰি জীৱী
- ওপৰৰ এটাও নহয়
উত্তৰঃ আত্মনিৰভশিল
১৭)আদিম যুগত খেতিৰ বাবে মাতি কিহেৰে চহাই ছিল?
- নাঙল, গৰুৰে
- চৰাই আৰু কতাৰিৰে
- টেক্টৰে
উত্তৰঃ নাঙল, গৰুৰে
১৮) পুৰণি কালৰে পৰা অসমৰ সমাজ ব্য়ৱস্থা কেনে ধৰণৰ?
- চিকাৰী জীৱি
- কৃষি জীৱি
- ওপৰৰ দুয়োটা
উত্তৰঃ কৃষি জীৱি
১৯) কিহৰ পৰিৱৰ্তনৰ লগে লগে বহু খেলৰ অৱলুপ্তি ঘতিছিল?
- সময় আৰু সমাজৰ
- সময় অৰু পৰিস্থিৰ
- ওপৰৰ এটাও নহয়
উত্তৰঃ সময় আৰু সমাজৰ
২০) খেল-ধেমালিৰে অসমৰ সমাজৰ মানুহৰ মাজত কি আনে?
- আনন্দ আৰু একত্ৰা
- অহঙ্কাৰ আৰু বিভেদ
- ওপৰৰ দুয়োটা
উত্তৰঃ আনন্দ আৰু একত্ৰা