১) কি কি জন্তুৰ যুজ হয়
- ঘোৰা, হাতী, মহ, গৰু
- মহ, গৰু, মেঠোন
- গাধ, কুকুৰ, মেকুৰি
উত্তৰঃ মহ, গৰু, মেঠোন
২) মহৰ যুজ বৰ্তমান সময়ত কোন ঠাইত প্ৰচলিত
- ন গাওঁ
- মৰিগাওঁ
- শিৱসাগৰ
উত্তৰঃ মৰিগাওঁ
৩) কি কি চৰাই যুজ হয়
- কুকুৰা, মৰা, ভাটৌ,
- শালিকা, কুকুৰা, মৰা, ভাটৌ,
- শেন, ভাটৌ, কুকুৰা, বয়লা
উত্তৰঃ কুকুৰা, মৰা, ভাটৌ,
৪) কোন ৰজাৰ দিনত এই জন্তুৰ আৰু চৰাই যুজ বোৰে জনপ্ৰিয় লাভ কৰে
- আহোম স্বৰ্গদেউ পতাপ সিংহৰ দিনত
- আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
- আহোম স্বৰ্গদেউ গৌৰিনাথ সিংহৰ দিনত
উত্তৰঃ আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
৫) ঘৰ বাহিৰৰত খেলা খেলক ইংৰাজীত কি বোলা হয়
- Out door Game
- In door Game
- Out side Game
উত্তৰঃ Out door Game
৬) Out door Game ৰ ভিতৰত কি খেল অন্য়তম
- ক্ৰিকেত
- ফুদবল
- নাও খেল
উত্তৰঃ নাও খেল
৭) কৃষ্ণ জন্ম উৎসৱত খেলা খেলটোৰ নাম কি
- বোকা খেল
- ফাকুৱা খেল
- ওপৰৰ দুয়োতা
উত্তৰঃ বোকা খেল
৮) ঘৰ ভিতৰত খেলা এবিধ খেলৰ নাম লিখা
- হকি খেল
- ক্ৰিকেত খেল
- ক্ৰিকেত খেল
উত্তৰঃ পাশা খেল
৯) মহাভাৰতত কৌৰৱে কি খেলত জয় লাভ কৰিছিল
- হকি খেলত
- পাশা খেলত
- কেৰম খেল
উত্তৰঃ পাশা খেলত
১০) ঘৰ বাহিৰত খেলা এবিধ খেলৰ নাম ?