অনুশীলনী
১ ) অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা ৷
উত্তৰ-
২ ) অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা ।
উত্তৰ-
৩ ) বিয়োজক কি ? দুবিধ বিয়োজকৰ নাম লিখা । সিহঁতে অৰণ্যত কি কৰে ?
উত্তৰ-
৪ ) বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন – ডাই – অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা ৷
উত্তৰ-
৫ ) অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা ।
উত্তৰ-
৬ ) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা ।
উত্তৰ-
৭ ) খালী ঠাই পূৰ কৰা –
(ক) পতংগ , পখিলা , মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ সহায় কৰে।
উত্তৰ-
(খ) অৰণ্য হ’ল আৰু ৰ বিশুদ্ধি কাৰক।
উত্তৰ-
(গ) অৰণ্যৰ স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত।
উত্তৰ-
(ঘ) পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত ৰ বৃদ্ধি কৰে ।
উত্তৰ-
৮) আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয় ?
উত্তৰ-
৯) অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্রয়োজনী বুজাই লিখা ।
উত্তৰ-
১০) চিত্র ১৭.১৫ ত শিল্পীজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাঁড় চিহ্নৰ দিশ দিবলৈ পাহৰি গ’ল । কাড় চিহ্নৰ দিশ দিয়া আৰু তলত উল্লিখিত বস্তুবোৰ চিহ্নিত কৰা ।
উত্তৰ-
১১ ) তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় ?
(ক) আঠা (খ) প্লাইউড (গ) লা ঘ) কেৰাচিন
উত্তৰ-
১২ ) তলৰ কোনবোৰ উক্তি সত্য নহয় ?
(ক) অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে ।
(খ) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ।
(গ) অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্রভাৱ পেলায় ।
(ঘ) মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে ।
উত্তৰ-
১৩) অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ’ল-
ক) বালি খ) কাঠফুলা গ) হিউমাছ ঘ) কাঠ
উত্তৰ-