Chapter 9
অসম
১। লেখকে কোনখন ঠাইক স্বৰ্গতো অধিক জনমভূমি বুলি কৈছে?
a) অসমক
b) ভাৰতক
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) অসমক
২। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট এখনৰ নাম কি?
a) সুৰভি
b) লিতিকাই
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) লিতিকাই
৩। ‘অ মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল?
a) মিত্ৰদেৱ মহন্তই
b) নৱকান্ত বৰুৱাই
c) লক্ষ্মীনাথ বেজবৰুৱাই
Ans: c) লক্ষ্মীনাথ বেজবৰুৱাই
৪। লক্ষ্মীনাথ বেজবৰুৱাক কি উপাধিৰে বিভূষিত কৰা হয়।
a) ৰসৰাজ
b) ফণীশৰ্মা
c) কৰ্মবীৰ
Ans: a) ৰসৰাজ
৫। জনমানসত তেওঁক কি নামেৰে জনা যায়?
a) ৰসৰাজ
b) সাহিত্যৰথী
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) সাহিত্যৰথী
৬। মুছলমান বুৰঞ্জীলেখকে অসম দেশক কি বুলিছিল?
a) আহোম
b) অহম
c) অসমৰ দেশ
Ans: c) অসমৰ দেশ
৭। শক্তিৰ চৰ্চা মানে কি?
a) পৰাধীনতা
b) স্বাধীনতা
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) স্বাধীনতা
৮। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া মানুহৰ স্বভাৱ,দোষ-ত্ৰুটিবিলাক কেনেকৈ আঙুলিয়াই দিছে?
a) দুখেৰে
b) খঙেৰে
c) হাঁহিৰ চলেৰে
Ans: c) হাঁহিৰ চলেৰে
৯। লক্ষ্মীনাথ বেজবৰুৱাৰ এখন উপন্যাসৰ নাম কি?
a) জোনবিৰি
b) নাতিল’ৰা
c) পদুম কুঁৱৰী
Ans: c) পদুম কুঁৱৰী
১০। তেখেতৰ এখন চুটিগল্প পুথিৰ নাম কি?
a) সাধুকথাৰ কুঁকি
b) সুৰভি
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) সুৰভি
১১। তেখেতৰ এখন শিশু সাহিত্যৰ নাম কি?
a) নোমল
b) জুনুকা
c) কদমকলি
Ans: b) জুনুকা
১২। আমাৰ সকলো শক্তি কাৰ সেৱাত লগাব লাগিব?
a) স্বদেশৰ সেৱাত
b) বিদেশৰ সেৱাত
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) স্বদেশৰ সেৱাত
১৩। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ কি?
a) আগ ধৰোঁতা
b) গুৰি ধৰোঁতা
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) গুৰি ধৰোঁতা
১৪। সুৰভি নামৰ পুথিখন কি?
a) কবিতা পুথি
b) শিশু সাহিত্য
c) চুটিগল্প
Ans: c) চুটিগল্প
১৫। জুনুকা নামৰ পুথিখন কি?
a) শিশু সাহিত্য
b) উপন্যাস
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) শিশু সাহিত্য
১৬। পদুম কুঁৱৰী পুথিখন কি?
a) উপন্যাস
b) কবিতা পুথি
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) উপন্যাস
১৭। অসন্তোষ শব্দৰ বিপৰীত অৰ্থ কি?
a) আনন্দ
b) দেশ
c) সন্তোষ
Ans: c) সন্তোষ
১৮। ইংৰাজ গৱৰ্ণমেন্টেও প্ৰথম অসম দেশ লওঁতে ইংৰাজীত ইয়াৰ নাম কি বুলি লিখিছিল?
a) Assam
b) Axom
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) Assam
১৯। চিৰস্মৰণীয় শব্দৰ অৰ্থ কি?
a) আনন্দ,হৰ্ষ
b) স্বাধীন
c) সদায় মনত ৰাখিবৰ যোগ্য
Ans: c) সদায় মনত ৰাখিবৰ যোগ্য
২০। মালিতা মানে কি?
a) মানুহৰ মুখে মুখে চলি অহা
b) থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত