Chapter 7
জতুৱাৰ জঁট
১। ঘিট্ মিট্ আন্ধাৰত কি দেখে?
a) ভূত
b) ভগৱান
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) ভূত
২। অহুকানে-পহুকাণে মানে কি?
a) বৰকৈ বহলাই প্ৰকাশ কৰা
b) সমূলি পৰৰ অধীন
c) আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ
Ans: c) আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ
৩। জতুৱাৰ জঁট কবিতাটো কোনে ৰচনা কৰিছিল?
a) মিত্ৰদেৱ মহন্ত
b) শ্ৰী গগন চন্দ্ৰ অধিকাৰী
c) লক্ষ্মীনাথ বেজবৰুৱা
Ans: b) শ্ৰী গগন চন্দ্ৰ অধিকাৰী
৪। কোনবোৰ লোকে বৰ ভয় খায়?
a) অলপ-ধতুৱা বোৰে
b) নপতা ফুকন বোৰে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) অলপ-ধতুৱা বোৰে
৫। আকাশত চাং পতা মানে কি?
a) আকাশত বাঁহেৰে চাং পতা
b) অস্বাভাৱিক কল্পনা কৰা
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) অস্বাভাৱিক কল্পনা কৰা
৬। কবি গগন চন্দ্ৰ অধিকাৰীৰ কিমান চনত জন্ম হৈছিল?
a) ১৯৪১ চনত
b) ১৮৮৯ চনত
c) ২০০০ চনত
Ans: a) ১৯৪১ চনত
৭। তেখেতৰ ক’ত জন্ম হৈছিল?
a) যোৰহাটত
b) ডিব্ৰুগড়ত
c) ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত
Ans: c) ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত
৮। আনৰ ভাল দেখিব নোৱাৰা মানুহক কি বোলে?
a) অন্ধ
b) চকুচৰহা
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) চকুচৰহা
৯। যিজন মাক-দেউতাকৰ অতি মৰমৰ তেওঁক কি বোলে?
a) আলাসৰ লাড়ু
b) মৰমৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) আলাসৰ লাড়ু
১০। হাত লৰ শব্দৰ অৰ্থ কি?
a) চোৰ
b) হাত খন লৰি থকা
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) চোৰ
১১। যি নিয়মমতে খৰছ কৰে, তেওঁক কি বোলে?
a) নিয়মিত
b) সদায়
c) মৃতব্যয়ী
Ans: c) মৃতব্যয়ী
১২। টকাত একোটা হাতী নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
a) মিত্ৰদেৱ মহন্তই
b) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে
১৩। কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?
a) নপতা ফুকনে
b) অহুকাণে-পহুকাণে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) নপতা ফুকনে
১৪। কবি গগন চন্দ্ৰ অধিকাৰীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?
a) ২০০৯ চনত
b) ২০২১ চনত
c) ২০১০ চনত
Ans: c) ২০১০ চনত
১৫। গোটগৰু শব্দৰ অৰ্থ কি?
a) জ্ঞানী
b) অতি মূৰ্খ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) অতি মূৰ্খ
১৬। আলৈ আথানি শব্দৰ অৰ্থ কি?
a) ভালকৈ থকা
b) সাৱধানে নোথোৱা
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) সাৱধানে নোথোৱা
১৭। কথা-চহকী শব্দৰ অৰ্থ কি?
a) বেছিকৈ কথা কোৱা
b) ধনী
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) বেছিকৈ কথা কোৱা
১৮। কুন্দত কটা শব্দৰ অৰ্থ কি?
a) বেয়া
b) ধুনীয়া
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) ধুনীয়া
১৯। ঘিট্ মিট্ শব্দৰ অৰ্থ কি?
a) পোহৰ
b) আন্ধাৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) আন্ধাৰ
২০। ৰদালি এ ৰ’দ একঁ দে পুথিখন কোনে ৰটনা কৰিছিল?
a) মিত্ৰদেৱ মহন্তই
b) লক্ষ্মীনাথ বেজবৰুৱাই
c) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে
Ans: c) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে