Chapter 6
নোকোৱাৰ পৰিণাম
১। সমাজত মানৱতাক জীয়াই ৰাখিবলৈ কিহৰ প্ৰয়োজন?
a) কু-সংস্কাৰৰ
b) সকলোৰে এটি সুস্থ-সবল মনৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) সকলোৰে এটি সুস্থ-সবল মনৰ
২। ফুলমতী কুৰ্মী কোন আছিল?
a) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী
b) নাৰ্চ
c) বিদ্যালয়ৰ সহকাৰী শিক্ষক
Ans: a) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী
৩। হুনমিলি, শৈলহতে কিয় বকুল ফুল বুটলিছিল?
a) খেলিবলৈ
b) ছাৰ বাইদেউ সকলক সম্ভাষণ জনাবলৈ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) ছাৰ বাইদেউ সকলক সম্ভাষণ জনাবলৈ
৪। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?
a) বিলতে হালিছে
b) গছে গছে
c) তেজৰে কমলাপতি বৰগীতটো
Ans: c) তেজৰে কমলাপতি বৰগীতটো
৫। বিদ্যালয়ৰ সহকাৰী শিক্ষক জনৰ নাম কি?
a) ৰাজ শৰ্মা
b) চিন্ময় শৰ্মা
c) বাহাৰুল ইছলাম
Ans: c) বাহাৰুল ইছলাম
৬। নাচি থাকোতে কোন মূৰ্চা গৈছিল?
a) মালতী
b) শৈলবালা
c) হুনমিলি
Ans: b) শৈলবালা
৭। শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?
a) মৃগী
b) মেলেৰিয়া
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) মৃগী
৮। বসন্ত পেগু কোন আছিল?
a) বিদ্যলয়ৰ সহকাৰী শিক্ষক
b) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী
c) চিকিৎসক
Ans: c) চিকিৎসক
৯। কদমণি গাঁৱৰ নিবাসী ৩৫ বছৰীয়া কুলেন দাসে কি কৰি জীৱিকা নিৰ্বাহ কৰে?
a) চাকৰি কৰি
b) কৃষি কৰ্ম কৰি
c) ব্যৱসায় কৰি
Ans: b) কৃষি কৰ্ম কৰি
১০। দেওঁবাৰে পুৱতি নিশা তেওঁ কলৈ গৈছিল?
a) শহুৱেকৰ ঘৰলৈ
b) ওচৰৰে বিলত মাছ মাৰিবলৈ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) ওচৰৰে বিলত মাছ মাৰিবলৈ
১১। শৈলৰ দুজনী বান্ধবীৰ নাম কি?
a) মালতী আৰু হুনমিলি
b) সুকণ্যা আৰু নেহা
c) মিচিমি আৰু পৰিস্মৃতা
Ans: a) মালতী আৰু হুনমিলি
১২। শৈলৰ মাক-দেউতাকে শৈলৰ বেমাৰৰ কিয় চিকিৎসা কৰোৱা নাই?
a) টকা পইছাৰ অভাৱত
b) বেলেগে বেমাৰী বুলি হাহিঁব পাৰে
c) গাৱঁত ভাল চিকিৎসালয় নথকাৰ বাবে
Ans: b) বেলেগে বেমাৰী বুলি হাহিঁব পাৰে
১৩। বিদ্যালয় খনৰ নাতি দূৰত কি আছে?
a) এখন স্কুল
b) এটা ৰাজহুৱা পুখুৰী
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) এটা ৰাজহুৱা পুখুৰী
১৪। সময়ৰ টিকনিডাল কোনফালে উৰে?
a) আগফালে
b) পিছফালে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) আগফালে
১৫। ‘সময়ৰ টিকনিডাল হেনো আগফালে উৰে’ এই বাক্যশাৰী কোনে কৈছিল?
a) প্ৰধান শিক্ষয়িত্ৰী
b) শৈলবালা
c) হুনমিলি
Ans: হুনমিলি
১৬। মোৰ মনৰ কথাষাৰকে কৈছা, হুনমিলি। চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যশাৰী কোনে কৈছিল?
a) সুকণ্যাই কৈছিল
b) মালতীয়ে কৈছিল
c) হুনমিলিয়ে কৈছিল
Ans: b) মালতীয়ে কৈছিল
১৭। মালতী শৈলক ধৰাচোন। আমি দাংকোলাকৈ নি বাইদেউৰ কোঠাত থওঁগৈ। এই বাক্যশাৰী কোনে কৈছিল?
a) হুনমিলিয়ে কৈছিল
b) প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱে কৈছিল
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) হুনমিলিয়ে কৈছিল
১৮। মুচৰ্ছা গ’লে কি কৰিব লাগে?
a) আগুৰি ধৰিব লাগে
b) মুকলি বতাহ পাবলৈ দিব লাগে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) মুকলি বতাহ পাবলৈ দিব লাগে
১৯। সমাজত চলি থকা অন্ধবিশ্বাসৰ ফলত কোনে আটাইতকৈ বেছি নিৰ্যাতিত হবলগীয়া হয়?
a) মহিলা সকলে
b) পুৰুষ সকলে
c) ককা-আইতা সকলে
Ans: a) মহিলা সকলে
২০। বকুল ফুলৰ গোন্ধ পালেই মনটো ভৰি উঠে, নহয়নে শৈল?এই বাক্যশাৰী কোনে কৈছিল?
a) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱে
b) মালতীয়ে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) মালতীয়ে