Chapter 5
বিজ্ঞান আৰু আমাৰ মানসিকতা
১। ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?
a) ভ্ৰাম্যভাষৰ
b) মুখে মুখে
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans:- a) ভ্ৰাম্যভাষৰ
২। হাট শব্দৰ অৰ্থ কি?
a) চোতাল
b) বজাৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans:- b) বজাৰ
৩। বুধবাৰে ছাত্ৰ-ছাত্ৰীসকল কিয় বিদ্যালয়লৈ অহা নাছিল?
a) বৰষুণ পৰাৰ কাৰণে
b) বিদ্যালয়ৰ মাহেকীয়া মাচুল দিয়াৰ ভয়ত
c) ছিটা লোৱাৰ ভয়ত
Ans: c) ছিটা লোৱাৰ ভয়ত
৪। বিদ্যালয়ৰ প্ৰধান শিক্ষক জনৰ নাম কি আছিল?
a) বিনোদ ওৰাং
b) ৰতন পায়েং
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) বিনোদ ওৰাং
৫। বিদ্যালয়ৰ সহযোগী কৰ্মী জনৰ নাম কি?
a) ৰতন পায়েং
b) বিনোদ ওৰাং
c) হৰিধন
Ans: c) হৰিধন
৬। উৰাবাতৰি সমূহ সমাজৰ বাবে কি?
a) এক প্ৰকাৰ সোঁচৰা ৰোগ
b) এক প্ৰকাৰৰ বেক্টৰিয়া
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) এক প্ৰকাৰ সোঁচৰা ৰোগ
৭। পলিঅ’ কি?
a) বেক্টেৰিয়া
b) এবিধ ৰোগ
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) এবিধ ৰোগ
৮। পুস্তিকা শব্দৰ অৰ্থ কি?
a) সৰু কিতাপ
b) পুথি
Ans: a) সৰু কিতাপ
৯। যি একেলগে পঢ়ে তাক কি বুলি কয়?
a) বন্ধু
b) শত্ৰু
c) সহপাৰ্থী
Ans: c) সহপাৰ্থী
১০। গাৱঁৰ মুখিয়াল জনক কি বুলি কয়?
a) গাওঁবুঢ়া
b) মুখ্যমন্ত্ৰী
C) ৰাষ্ট্ৰপতি
Ans: a) গাওঁবুঢ়া
১১। কলং নৈৰ ওপৰত কি আছে?
a) মানুহ
b) দলং
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) দলং
১২। এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰক কি বোলে?
a) সংক্ৰামক ৰোগ
b) বীজাণু
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) সংক্ৰামক ৰোগ
১৩। কাৰো পক্ষ নোলোৱা মানুহক কি বুলি কয়?
a) বিপক্ষ
b) পক্ষ
c) নিৰপেক্ষ
Ans: c) নিৰপেক্ষ
১৪। ‘শংকৰ,তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়?’ কথাষাৰ কোনে কৈছিল?
a) জংকীয়ে
b) কমলে
c) জেনিথে
Ans: a) জংকীয়ে
১৫। বিদ্যালয়ৰ খনৰ শিক্ষয়ত্ৰী গৰাকীৰ নাম কি?
a) পৰিস্মৃতা
b) নীলিমা খাতুন
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) নীলিমা খাতুন
১৬। যি জানিবলৈ ইচ্ছা কৰে?
a) ইচ্ছুক
b) ছাত্ৰী
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: a) ইচ্ছুক
১৭। যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাক কি বোলে?
a) উৰাবাতৰি
b) সামাজিক মাধ্যম
c) ইয়াৰ ভিতৰত এটাও নহয়
Ans: b) সামাজিক মাধ্যম
১৮। জংকীৰ দুজন বন্ধুৰ নাম কি?
a) জ্ঞানম আৰু পলাশ
b) ৰাজদ্বীপ আৰু ৰাহুল
c) কমল আৰু জেনিথ
Ans: c) কমল আৰু জেনিথ
১৯। এই পাঠটোত থকা আদৰ্শ মাধ্যমিক বিদ্যালয়খন কোন গাঁৱত আছে?
a) ৰতনপুৰত
b) মৰিগাঁৱত
c) ডিব্ৰুগড়ত
Ans: a) ৰতনপুৰত
২০। কি বাৰে ৰতনপুৰত সাপ্তাহিক হাত বহে?
a) সোমবাৰে
b) বুধবাৰে
c) শনিবাৰে
Ans: b) বুধবাৰে