১. কোন ধৰ্মৰ মতে মানপহৰ মৃতুৰ পাছত মৃতদেহ পুৰি পেলাই সতকাৰ কৰিব লাগে?
- ইছলাম ধৰ্মৰ মতে
- হিন্দু ধৰ্মৰ মতে
- ওপৰৰ এটাও নহয়
উত্তৰঃ হিন্দুধৰ্মৰ মতে
২. আহোম সকল আদিতে কি ধৰ্মৰ আছিল?
- হিন্দু ধৰ্মৰ আছিল
- ইছলাম ধৰ্মৰ আছিল
- বৌদ্ধ ধৰ্মৰ আছিল
উত্তৰঃ বৌদ্ধ ধৰ্মৰ আছিল
৩. আহোম সকলে মৃতদেহ বোৰ কি কৰিছিল?
- পুৰি পেলাইছিল
- পুতি থৈছিল
- দাহ কৰিছি্ল
উত্তৰঃপুতি থৈছিল
৪. মৈদাম দিয়া কাক বোলে?
- মৃতদেহ পুতি সতকাৰ কৰাক
- মৃতদেহ পুৰি সতকাৰ কৰাক
- ওপৰৰ এটাও নহয়
উত্তৰঃ মৃতদেহ পুতি সতকাৰ কৰাক
৫. ৰুদ্ৰ সিংহৰ মৈদামটো কিহৰে নিৰ্মিত?
- শিলেৰ আছিল
- মাতিৰ আছিল
- পকী আছিল
উত্তৰঃ পকী আছিল
৬.নদিমাতৃক ৰাজ্য় কোনখন?
- অসম
- চিকিম
- ত্ৰিপুৰা
উত্তৰঃ অসম
৭. ভগদত্ত ৰজাই কিয় গুৱাহাটিত থকা দিঘলিপুখুৰী সজাইছিল?
- জীয়েকৰ সয়ম্বৰৰ বাবে
- চুইমিং কমপিতিচনৰ বাবে
- খেলৰ বাবে
উত্তৰঃ জীয়েকৰ সয়ম্বৰৰ বাবে
৮.কোনবোৰ পুখুৰীক সাগৰ নাম দিয়া হয়?
- . ১০০ পুৰাত কৈ বেছি মাতিকালি হলে
- ২৫৭৯৮ পুৰাত কৈ বেছি মাতিকালি হলে
- ১০০ পুৰাত কৈ কম মাতিকালি হলে
উত্তৰঃ . ১০০ পুৰাত কৈ বেছি মাতিকালি হলে
৯. জয়সাগৰ পুখুৰী কেতিয়া খান্দিছিল?
- ১৬১৯শকৰ ৩আঘোনত
- ১৬১৯শকৰ ৩ কাতিত
- ১৬১৯শকৰ ৪আঘোনত
উত্তৰঃ ১৬১৯শকৰ ৩আঘোনত
১০. ১ পুৰাত কিমান বিঘা থাকে?
- ৫ বিঘা
- ৪ বিঘা
- ১৮৯৪ বিঘা
উত্তৰঃ ৪ বিঘা
১১. ৰহদৈ পুখুৰী টো কাৰ ৰাজত্ব কালত খান্দিছিল?
- ৰুদ্ৰ সিংহৰ কালত
- চুকাফৰ কালত
- গদাধৰ সিংহৰ দিনত
উত্তৰঃগদাধৰ সিংহৰ দিনত
১২.জয়সাগৰ পুখুৰী কোনে খান্দিছিল?
- ৰুদ্ৰসিংহয়
- জয়ধজ সিংহয়
- ওপৰৰ এটাও নহয়
উত্তৰঃ ৰুদ্ৰসিংহয়
১৩) কোনজন ৰজাৰ দিনত শিৱসাগৰ পুখুৰী খন্দা হৈছিল?
- জয়ধজ সিংহ
- ৰুদ্ৰ সিংহ
- ওপৰৰ এটাও নহয়
উত্তৰঃ ওপৰৰ এটাও নহয়
১৪ ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক কোন?
- ৰুদ্ৰ সিংহ
- হৰিনাথ বৰপাত্ৰাই
- নাৰায়ন কুঁৱৰ
উত্তৰঃ হৰিনাথ বৰপাত্ৰাই
১৫) মৃতকক চৰাইদেউ মৈদামত নিওঁতে স্নান কৰোৱা পুখুৰীটোৰ নাম কি?
- মৃতক – স্নান পুখুৰী
- শ – ধোৱা পুখুৰী
- গা – ধোৱা পুখুৰী
উত্তৰঃ শ – ধোৱা পুখুৰী
১৬) মাটিৰ গুণাগুণ পৰীক্ষা কৰি ঠাই নিৰ্বাচন কৰাৰ ব্য়ক্তি দুজনৰ নাম লিখা?
- দৰবধৰা বৰুৱা, মাটিচেলেকা বৰুৱা
- হাটিবৰুৱা, মাটিচেলেকা বৰুৱা
- দৰবধৰা বৰুৱা,. হাটি বৰুৱা
উত্তৰঃ দৰবধৰা বৰুৱা, মাটিচেলেকা বৰুৱা
১৭) কোন ৰজাইই গুৱাহাটী দিঘলি পুখুৰী খন্দাইছিল?
- ভগদত্ত ৰজা
- ভগত সিং
- গৌৰিনাথ সিংহ
উত্তৰঃ ভগদত্ত ৰজা
১৮)হৰ্জৰ বৰ্মন কোন আছিল?
- শালস্তম্ভ বংশৰ এজন ৰজা
- শালস্তম্ভ বংশৰ এজন মহামন্তি
- শালস্তম্ভ বংশৰ এজন সেনাপ্ৰতি
উত্তৰঃ শালস্তম্ভ বংশৰ এজন ৰজা
১৯) ৰাজধানিৰ সন্দৌজৰ বাবে কি কৰিছিল?
- ফুলৰ বাগিচা পাতিছিল
- পুখুৰি খান্দিছিল
- জিৱ-জন্তু পুহিছিল
উত্তৰঃ পুখুৰি খান্দিছিল
২০) মৈদামৰ জোখ কি এককত লোৱা হয় ?
- হাত
- হাট
- মাইল
উত্তৰঃ হাত