Class 7 AJB MCQs History Chapter 14 অসমৰ লোক-বিশ্বাস

১) লোক-বিশ্বাসে এখন সমাজৰ অতিত- বৰ্তমান _______দাঙি ধৰে?

  1. চিনাকী
  2. পৰিচয়
  3. গুৰুত্ব

উত্তৰঃ পৰিচয়

2) ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ লোকসকলৰ জন-জাৱনৰ সৈতে প্ৰাচীন কালৰে পৰা কি কি জড়িত হয় আছে

  1. ধৰ্ম-বিশ্বাস, ভুত-প্ৰেত
  2. অন্ধ-বিশ্বাস, ডাইনী হত্য়া
  3. আত্মা, ভুত, অদৃশ্য় শক্তি

উত্তৰঃ ধৰ্ম-বিশ্বাস, ভুত-প্ৰেত

৩) দেৱতাৰ প্ৰতিক ৰূপে কিহক পুজা অৰচনা কৰা হয়

  1. জীৱ-জন্তুক
  2. গছ, শিল,
  3. অগ্নি

উত্তৰঃ জীৱ-জন্তুক

৪) ভগৱানৰ প্ৰতিক ৰূপে কিহক পুজা অৰচনা কৰা হয় 

  1. গছ, শিল, অগ্নি
  2. জীৱ-জন্তু, শিল, গছ
  3. জীৱ- জন্তু, অগ্নি, গছ

উত্তৰঃ গছ, শিল, অগ্নি

৫) কোনো ঠাইলৈ যাত্ৰা আৰম্ভ কৰা সময়ত সোফালে সাপ দেখাটো কিহৰ চিন 

  1. মঙ্গলৰ চিন
  2. অমঙ্গলৰ চিন
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ অমঙ্গলৰ চিন

৬) একেলগে পাক খায় থকা যুৰিয়া সাপ দেখিলে কি কৰিব লাগে

  1. মাৰিব লাগে
  2. খেদিব লাগে
  3. সাপৰ ওপৰত এখন কাপোৰ দিবলাগে

উত্তৰঃ সাপৰ ওপৰত এখন কাপোৰ দিবলাগে

৭) কাপোৰ খন কিয় দিব লাগে 

  1. সেই কাপোৰে সফলতা আৰু জয় লাভ কঢ়িয়াই আনে
  2. সেই কাপোৰে মঙ্গল কঢ়িয়াই অনে
  3. সেই কাপোৰে নম্ৰতাক পৰিচয় দিয়ে

উত্তৰঃ সেই কাপোৰে সফলতা আৰু জয় লাভ কঢ়িয়াই আনে

৮) পখিলা গাত পৰিলে কি হয় 

  1. নতুন কাপোৰ পায়
  2. বিয়া হয়
  3. বেমাৰ হয়

উত্তৰঃ বিয়া হয়

৯) মৌ-মাখি ঘৰৰ ভিতৰত সোমালে কি হয়

  1. ভাল নহয়
  2. শুভ লক্ষণ হয়
  3. অমঙ্গল হয়

উত্তৰঃ শুভ লক্ষণ হয়

১০) ভুত- প্ৰেতৰ লগত সম্পৰ্ক থকা জন্তুটোৰ নাম কি 

  1. কুকুৰ
  2. মেকুৰি
  3. গৰু

উত্তৰঃ মেকুৰি

১১) জাদুৰ বাবে কোনখন ৰাজ্য়ক জনা জায় 

  1. অসম
  2. চীন
  3. নেপাল

উত্তৰঃ অসম

১২) লোৰ আঙুথি পিন্ধিলে কি হয়

  1. জীৱ- জন্তুৰ পৰা ৰক্ষা পোৱা যায়
  2. ভুত-প্ৰেতৰ পৰা ৰক্ষা পোৱা যায়
  3. মানুহৰ পৰা ৰক্ষা

উত্তৰঃ ভুত-প্ৰেতৰ পৰা ৰক্ষা পোৱা যায়

১৩) সপোনত বগা মাছ দেখা পালে কি হয়

  1. অশুভ হয়
  2. শুভ হয়
  3. মঙ্গল হয়

উত্তৰঃ মঙ্গল হয়

১৪) সপোনত ক’লা মাছ দেখা পালে কি হয়

  1. অশুভ হয়
  2. শুভ হয়
  3. মঙ্গল হয়

উত্তৰঃ অশুভ হয়

১৫) মানুহ কি প্ৰাণী?

  1. সামাজিক প্ৰাণী
  2. জ্বৰ প্ৰণী
  3. ওপৰৰ দুয়োতা

উত্তৰঃ সামাজিক প্ৰাণী

১৬) কিছুমান কথাই মানুহৰ মনত কিহৰ ৰূপ লৈছিল

  1. অহংকাৰৰ ৰূপ লৈছিল
  2. বিশ্বাসৰ ৰূপ লৈছিল
  3. সত্য় ৰূপ লৈছিল

উত্তৰঃ বিশ্বাসৰ ৰূপ লৈছিল

১৭) ঘৰৰ নিচেই কাষত সিজুৰ গছ কিয় ৰোৱা হৈছিল 

  1. জুই,শিল,বৰষুণ,ধুমুহাৰ পৰা ৰক্ষাপাবলৈ
  2. জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ জুই,শিল,বৰষুণ,ধুমুহাৰ পৰা ৰক্ষাপাবলৈ

১৮) সন্তান জন্ম হলে সন্তানৰ মাকৰ হাতত কি ৰখা হয়

  1. কাচি
  2. খৰিয়হ
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ খৰিয়হ