১) আদিতে মানুহে আ- অলংকাৰৰ দৰে কি কি ব্য়ৱহাৰ কৰিছিল?
- জন্তুৰ ছাল, দাতঁ, হাড়,
- চৰাই ছাল, হাড়, দাতঁ,
- শিলৰ টোকুৰা, গছৰ পাত
উত্তৰঃ জন্তুৰ ছাল, দাতঁ, হাড়,
২) অসমীয়া সমাজত আ- অলংকাৰ কোনে পৰিধান কৰে?
- পুৰুষে
- মহীলায়
- পুৰুষ আৰু মহীলা উভয়
উত্তৰঃ পুৰুষ আৰু মহীলা উভয়
৩) পুৰুষে কত অলংকাৰ পৰিধান কৰিছিল?
- হাট আৰু ডিঙিত
- নাক আৰু কাণত
- কাণ আৰু ডিঙিত
উত্তৰঃ কাণ আৰু ডিঙিত
৪) লোকাপাৰ অলংকা কি চৰাই আৰ্হিত নিৰ্মান কৰা হয়?
- বগলি চৰাই
- ময়ুৰ চৰাই
- পাৰ চৰাই
উত্তৰঃ পাৰ চৰাই
৫) লোকপাৰ কত পিন্ধে
- ডিঙিত
- কাণত
- নাকত
উত্তৰঃ কাণত
৬) কেৰু দেখা ত কি ফুলৰ দৰে?
- পদুম ফুলৰ দৰে
- গোলাপ ফুলৰ দৰে
- নাহৰ ফলৰ দৰে
উত্তৰঃ পদুম ফুলৰ দৰে
৭) সৰু আকৃতিৰ কেৰুক কি বোলা হৈছিল?
- লংকেৰু
- সৰু কেৰু
- বৰ কেৰু
উত্তৰঃ লংকেৰু
৮) লংকেৰু কোনে পৰিধান কৰিছিল?
- মহীলায়
- সৰু কেচুৱাই
- পুৰুষে
উত্তৰঃ পুৰুষে
৯) ডাঙৰ কেৰু কোনে পৰিধান কৰিছিল?
- মহীলায়
- সৰু কেচুৱাই
- পুৰুষে
উত্তৰঃ মহীলায়
১০) মতামণি কোনে পৰিধান কৰিছিল?
- মহীলায়
- সৰু কেচুৱাই
- পুৰুষে
উত্তৰঃ পুৰুষে
১১) বিৰিৰ আকৃতি কিহৰ দৰে?
- ঢোলৰ দৰে
- খোলৰ দৰে
- জোনৰ দৰে
উত্তৰঃ খোলৰ দৰে
১২) গাম খাৰু কত পৰিধান কৰা হয়?
- হাতত
- ভৰিত
- ককালত
উত্তৰঃ হাতত
১৩) চিতি-পাতি কত পৰিধান কৰে?
- ককালত
- ভৰিত
- মুৰত
উত্তৰঃ মুৰত
১৪) ডুগডুগি অলংকাৰ বিধ দেখিবলি কেনেকুৱা
- আম পাতৰ দৰে
- পানৰ দৰে
- তামোলৰ দৰে
উত্তৰঃ পানৰ দৰে
১৫) গলপতা কোনে আৰু কত পৰিধান কৰে?
- মহীলা সকলে ডিঙিত
- তিৰোতা সকলে ভৰিত
- তিৰোতা সকলে ডিঙিত
উত্তৰঃ তিৰোতা সকলে ডিঙিত
১৬) কাণফুল কোনে পৰিধান কৰে?
- সৰু ছোৱালীৱে
- সৰু লৰাই
- ডেকা লৰাই
উত্তৰঃ সৰু ছোৱালীৱে
১৭) কাণ ফুল দেখা কেনেকোৱা
- ওলমি থকা পদুমৰ দৰে
- ওলমি থকা গোলাপৰ দৰে
- ওলমি থকা ৰহুনৰ দৰে
উত্তৰঃ ওলমি থকা পদুমৰ দৰে
১৮) কাণফুলৰ পাহিবোৰত কি লাগি থাকে ?
- বাখৰ
- মুকুতা
- মিণি
উত্তৰঃ বাখৰ
১৯) আঙুথিৰ আৰ্হি কেনেকোৱা?
- চেপেতা
- জোঙা
- নিদিষ্ট আৰ্হি নাই
উত্তৰঃ নিদিষ্ট আৰ্হি নাই
২০) আঙুথি কিহৰে তৈয়াৰি?
- সুন, ৰূপ, তাম,
- সুন,ৰূপ, পাত
- মুগা,ৰিহা
উত্তৰঃ সুন, ৰূপ, তাম,