অনুশীলনী-6(a)
1)তলৰ সংখ্যাবোৰৰপৰা বৰ্গ সংখ্যা কেইটা বাছি উলিওৱা-
1,25,48,100,110, 145, 169, 625
উত্তৰঃ
1, 25, 100, 169 আৰু 625
2) বৰ্গ উলিওৱা
9,11,15,19,21,24,60,200
উত্তৰঃ
9 = 81
11 = 121
15 = 225
21 = 231
24 = 576
60 = 3600
200 = 40000
3. তলৰ সংখ্যাবোৰৰ বৰ্গ কৰিলে এককৰ ঘৰত কি অংক বহিব তলৰ বাকচত লিখা।
105 99 213 1031 5272 31504 73277
উত্তৰঃ
105 = 5
99 = 1
213= 9
1031 = 1
5272 = 4
31504 = 6
73277 = 9
4) তলত দিয়াবোৰ বৰ্গসংখ্যা হয় নে নহয় লিখা(যুক্তি দিয়া)-
64, 71,95, 125,400,60000, 10000, 9000000, 0
উত্তৰঃ
64 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 4 আছে ।
71 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 1 আছে ।
95 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 5 আছে ।
125 = ই বগ সংখ্যা হয়, কাৰণ ইয়াৰ এককৰ ঘৰত 5 আছে ।
400 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।
60000 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।
10000 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।
9000000 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।
0 = 0 ৰ বগ 0, গতিকে ই বগ সংখ্যা নহয় ।
5. a)1ৰ পৰা 100 ৰ ভিতৰত থকা বৰ্গ সংখ্যোবোৰ লিখাঁ।
উত্তৰঃ 1, 4, 9, 16, 25, 36, 49, 64, 81, 100
b) 100 ৰ পৰা 1000ৰ ভিতৰত থকা বৰ্গ সংখ্যাবোৰ লিখাঁ ।
উত্তৰঃ100, 121, 144, 169, 196, 225, 256, 289, 324, 361, 400, 441, 484, 529, 576, 625, 676, 729, 784, 841, 900 আৰু 961.
Post ID: DABP002225