অনুশীলনী
(ক) ‘ বিলতে হালিছে ধুনীয়া পদুমী ’ .. গীতটি কাৰ ৰচনা?
উত্তৰ-
(গ) তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটিয়সীগৰাকীৰ নাম কি?
উত্তৰ-
(ঘ) বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সােণৰ পদক লাভ কৰিছিল?
উত্তৰ-
(ঙ) সােণৰ পদকটো তেখেতে কাৰ পৰা লাভ কৰিছিল ?
উত্তৰ-
(চ) তেখেতে কি কি উপাধি লাভ কৰিছিল ?
উত্তৰ-
(ছ) কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কেইবিধ নৃত্য প্রদর্শন কৰিছিল ?
উত্তৰ-
(জ) “ বিষ্ণু ৰাভা দিৱস ’ কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ-
(ঝ) তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি ?
উত্তৰ-
শব্দবােৰৰ অৰ্থ শব্দ – সম্ভাৰৰ পৰা বিচাৰি লিখা।
শব্দ অৰ্থ
সংস্কৃতি:
প্ৰতিভাসম্পন্ন:
অনুপ্ৰাণিত:
সুনিপুণ:
সুদক্ষ:
প্ৰেৰণা:
অন্যতম:
ভূয়সী:
উত্তৰ-
কোনে, কাক কি প্ৰসংগত কৈছিল লিখা।
‘ভাৰতৰ অ’ত ত’ত থকা শিলৰ মূৰ্তিৰ ভংগিমাবোৰেই নূত্য়ৰ উৎস। ‘
উত্তৰ-
শব্দ গঠন কৰাঃ
পাঠটোৰ পৰা লিখাঃ
উত্তৰ-
বিষ্ণুপ্ৰসাদ ৰাভাই বজাব জনা বাদ্য়সমূহৰ নাম লিখা।
উত্তৰ-
তলৰ বাক্য়বোৰত থকা বিশেষ্য় পদত আঁচ টানি দেখুওৱা।
(ক) মুকুট ডিব্ৰুগড়লৈ যাব।
(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্ৰিয় পাত্ৰ।
উত্তৰ-
(গ) ৰমেন বৰ চঞ্চল।
উত্তৰ-
(ঘ) গাই-গৰুৱে গাখীৰ দিয়ে।
উত্তৰ-
(ঙ) শৰৎ কালত শেৱালি ফুলে।
উত্তৰ-
শব্দ গঠন কৰা।
গীত-
নাটক-
সুৰ-
প্ৰবন্ধ-
নিবন্ধ-
উত্তৰ-
কাক কি উপাধিৰে জনা যায় আঁচ টানি মিলোৱা
উত্তৰ-
কোনে ৰচনা কৰিছিল।
ক) বৰগীত-…………………………………………………
উত্তৰ-
খ) বিষ্ণু ৰাভা সংগীত-…………………………………………………
উত্তৰ-
গ) জ্যোতি সংগীত-…………………………………………………
উত্তৰ-
ঘ) ভূপেন্দ্ৰ সংগীত-…………………………………………………
উত্তৰ-
ঙ) ৰবীন্দ্ৰ সংগীত-…………………………………………………
উত্তৰ-