উত্তৰ দিয়াঃ
১। কামলাং নৈ খন কোন প্রদেশত আছে?
উত্তৰ-
২। কামলাং নৈত মাছ মাৰিবলৈ যােৱা ডেকাজনৰ নাম কি?
উত্তৰ-
৩। কোৱানছাই কামলাঙৰ পানীত কি পাতি থৈছিল?
উত্তৰ-
৪। ডাঙৰ মাছটো কোৱানছাই ক’ত জীয়াই থৈছিল ?
উত্তৰ-
৫। কোৱান্ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিলে ?
উত্তৰ-
৬। তাঁত-শালখন মেলি খট্খটাই কোনে কাপােৰ বৈছিল ?
উত্তৰ-
কোনে কাক কৈছিল লিখা।
ক) তই কোন? ক’ৰ পৰা আহিছ? কেনেকৈ কাপােৰ ববলৈ শিকিলি? ফুলবােৰৰ এই নমুনাবােৰ ক’ত পালি?
উত্তৰ-
খ) ‘পৃথিৱীৰ উপকাৰ হ’ল । আদি মানৱী নিম্কেৰ মনােবাঞ্ছাও পূর্ণ হ’ল।’
উত্তৰ-
তলৰ প্ৰবচনফাকিৰ ভাব বহলাই লিখা।
‘ ৰাইজে নখ জোকাৰিলে লৈ বয়।’
উত্তৰ-
বাক্য ৰচনা কৰা
ঘাট- মাউৰা– ________________________________________________
উত্তৰ-
চুকে -কোণে– ________________________________________________
উত্তৰ-
গছ- গছনি– ________________________________________________
উত্তৰ-
লুকা- ভাকু– ________________________________________________
উত্তৰ-
পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা।
উত্তৰ-
বাক্য়কেইটা প্ৰশ্নবোধক বাক্য়লৈ নিয়া।
মই হামব্রু ফৈদৰ জীয়াৰী ।
উত্তৰ-
মােৰ ঘৰ কামলাঙত ।
উত্তৰ-
মই বজাৰৰ পৰা আহিছো ।
উত্তৰ-
মই সাধু শুনি ভাল পাওঁ ।
উত্তৰ-
কোৱান্ছাই মাছ মাৰি ভাল পায় ।
উত্তৰ-
তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা ।
বুঢ়া-
উত্তৰ-
নিৰানন্দ-
উত্তৰ-
শেষ-
উত্তৰ-
খালী-
উত্তৰ-
জপাই-
উত্তৰ-
পাতে, মাৰে, বায় আদি শব্দ বোৰ আমি মাছধৰা সজুঁলিৰ লগত ব্য়ৱহাৰ কৰোঁ ।এই শব্দবোৰ অন্য় শব্দৰ লগত ব্য়বহাৰ কৰিও বাক্য় গঠন কৰা হয় । তেনেধৰনৰ বাক্য় লিখোঁ আহা ।
(ক) জাল পাতে।
চেপা পতে।
দৈ পাতে।
থাপনা পাতে।
………পাতে।
………পাতে।
উত্তৰ-
(খ) জাল মাৰে।
পল মাৰে।
বঠা মাৰে।
দলি মাৰে।
……….মাৰে।
………মাৰে।
.উত্তৰ-
(গ) জাকৈ বায়।
জুলুকি বায়।
ঢোল বায়।
হাল বায়।
………বায়।
………বায়।
উত্তৰ-
অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সাজ-পোছাকৰ নাম সংগ্ৰহ লিখা।
উত্তৰ-
বিভিন্ন পৰিস্থিতি অনুসৰি কোনে কি পোছাক পৰিধান কৰিছে ছবি চাই কোৱা আৰু লিখা।
উত্তৰ-
উত্তৰ-
উত্তৰ-
উত্তৰ-
উত্তৰ-
উত্তৰ-