উত্তৰ দিয়া-
ক) কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি।
উত্তৰ-
খ) ক’ত আছে এনে মাটি সৰগ- ফুলনি
ক’ত আছে এনে আই সোণৰ – গোসাঁনী
– পদ্যছোৱাত ঠাই আৰু আইক কিহৰ লগত তুলনা কৰিছে।
উত্তৰ-
গ) পদ্য়টিত কবিয়ে কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা।
উত্তৰ-
নামৰ তালিকা কৰা।
(ক) ‘ক’ত আছে এনে ফুল ফুলে বাৰমাহ’
বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা।
উত্তৰ-
(খ) ‘ ক’ত আছে এনে ধান এই ধৰণীত ‘
কেইবিধ ধানৰ নাম লিখা
উত্তৰ-
তলৰ পদ্যকেইফাকি গদ্যৰূপত লিখা।
ক) ক’ত আছে এনে মাটি সোণৰ চপৰা
ক’ত আছে এনে পানী সুধাৰ নিজৰা
উত্তৰ-
খ) ভাই – ভনী মিলি য’ত থাকোঁ চিৰকাল
সকলো দেশত কৰি মোৰ দেশ ভাল।
উত্তৰ-
সকলােতকৈ, সবাতােকৈ , আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূর্ণ কৰা।
ক) ভাৰতৰ নদীবােৰৰ ভিতৰত গংগা__________দীঘল আৰু ব্ৰহ্মপুত্র _________ বহল।
উত্তৰ-
খ) মাজুলী পৃথিৱীৰ ভিতৰত __________ ডাঙৰ নদীৰ দ্ৱীপ।
উত্তৰ-
গ) কাজিৰঙাৰ জীৱ- জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় __________ আপুৰুগীয়া।
উত্তৰ-
ঘ) আনৰ বস্তু প্ৰতি লোভ ___________ বেয়া গুণ।
উত্তৰ-
আঁচটনা ঠাইত ‘-তকৈ’ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া ।
অসমৰ আটাই………… দীঘল নদ ব্ৰহ্মপুত্ৰ ।
উত্তৰ-
মাজুলী আটাই………… ডাঙৰ নদী-দ্বীপ ।
উত্তৰ-
মাউণ্ট এভাৰেষ্ট সকলো………… ওখ শৃংগ।
উত্তৰ-
শব্দৰ খেল খেলো আহাঁঃ
উত্তৰ-
শব্দ গঠন কৰা
উত্তৰ-
তলৰ বাক্য়াংশৰ লগত খাপখোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা ।
চিৰদিন নমস্কাৰ কৰিবলগীয়া
উত্তৰ-
মাহ খেতিয়ে জুৰি থকা ঠাই
উত্তৰ-
চিৰদিন মনত ৰাখিবলগীয়া
উত্তৰ-
বাঁহ গছেৰে ভৰি থকা ঠাই
উত্তৰ-
বাক্য ৰচনা কৰা ।
অমাতৰ মাত:……………………………………………………………………………………
উত্তৰ-
উলাহ:…………………………………………………………………………………………….
উত্তৰ-
চিৰকাল:……………………………………………………………………………………….
উত্তৰ-