১. পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ কি ?
(ক) Chlorophyll
(খ) Photosynthesis
(গ) Environment
উত্তৰঃ (গ) Environment
২. পৰিৱেশৰ জড় উপাদান সমূহক কি বোলা হয় ?
(ক) জৈৱিক
(খ) অজৈৱিক
(গ) মানৱ সৃষ্ট
উত্তৰঃ (খ) অজৈৱিক
৩. বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান কিমান শতাংশ ?
(ক) ৭৮.০৯
(খ) ০.০৩
(গ) ২০.৯৪
উত্তৰঃ (গ) ২০.৯৪
৪. বায়ুমণ্ডলত আৰ্গন পৰিমান কিমান শতাংশ ?
(ক) ০.০২
(খ) ৭৮.০৯
(গ) ০.৯৩
উত্তৰঃ (গ) ০.৯৩
৫. সাগৰ-মহাসাগৰৰ পানীত কিমান শতাংশ ক্লৰাইড আছে ?
(ক) ৭৮
(খ) ১৩
(গ) ৯৮
উত্তৰঃ (ক) ৭৮
৬. কেডমিয়াম যুক্ত চাউল খোৱাৰ ফলত বহু লোক মাৰাত্মক ৰোগত আক্ৰান্ত সেই ৰোগবিধৰ কি বোলা হয় ?
(ক) মিনামাটা
(খ) ইটাই ইটাই
(গ) কৰ্কট
উত্তৰঃ (খ) ইটাই ইটাই
৭. মিথাইল মাৰ্কাৰি নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা ৰোগটোক কি বোলে ?
(ক) ইটাই ইটাই
(খ) মিনামাটা
(গ) কৰ্কট
উত্তৰঃ (খ) মিনামাটা
৮. পৰিস্থিস্তি বিজ্ঞানক ইংৰাজী ভাষাত কি বোলে ?
(ক) ঔকছ
(খ) সমষ্টি
(গ) ‘ইক’লজি’
উত্তৰঃ (গ) ‘ইক’লজি’
৯. কিমান চনত ব্ৰিটিছ বিজ্ঞানী ড° এ, জি টেনচলিয়ে প্ৰথমে ইক’চিষ্টেমৰ নামকৰণ কৰিছিল ?
(ক) ১৯৯০
(খ) ১৯৪৫
(গ) ১৯৩৫
উত্তৰঃ (গ) ১৯৩৫
১০. পৰিস্থিতি তন্ত্ৰ এক কি তন্ত্ৰ ?
(ক) গতিশীল
(খ) স্থায়ী
(গ) অস্থায়ী
উত্তৰঃ (ক) গতিশীল
১১. পুখুৰীৰ পানীৰ ওপৰৰ তৰপটোক কি বোলে ?
(ক) প্লৱক
(খ) জু’প্লেংকটন
(গ) উৎপাদক
উত্তৰঃ (গ) উৎপাদক
১২. শেলাই জাতীয় উদ্ভিকবোকৰ কি বোলা হয় ?
(ক) প্লৱক
(খ) বেক্টেৰীয়া
(গ) উৎপাদক
উত্তৰঃ (ক) প্লৱক
১৩. জৈৱিক উৎপাদন কেই প্ৰকাৰৰ ?
(ক) চাৰি
(খ) দুই
(গ) তিনি
উত্তৰঃ (গ) তিনি
১৪. পৰিস্থিত তন্ত্ৰৰ সেউজীয়া উদ্ভিদক কি বোলা হয় ?
(ক) প্ৰাথমিক
(খ) উৎপাদক
(গ) বিযোজক
উত্তৰঃ (ক) প্ৰাথমিক
১৫. যিবোৰ প্ৰানীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তাক কি বোলে ?
(ক) অপঘটক
(খ) উপভোক্তা
(গ) প্লৱক
উত্তৰঃ (খ) উপভোক্তা
১৬. এবিধ তৃণভোজী প্ৰাণীৰ নাম কি ?
(ক) গৰু
(খ) বাঘ
(গ) সিংহ
উত্তৰঃ (ক) গৰু
১৭. এবিধ বিয়োজকৰ নাম হ’ল ?
(ক) ভেঁকুৰ
(খ) শামুক
(গ) শিয়াল
উত্তৰঃ (ক) ভেঁকুৰ
১৮. এবিধ অজৈৱিক উপাদানৰ নাম হ’ল ?
(ক) গছ
(খ) পানী
(গ) ছাগলী
উত্তৰঃ (খ) পানী
১৯. বৰফেৰে নিৰ্মিত ঘৰক কি বোলে ?
(ক) ইগলু
(খ) ছাং ঘৰ
(গ) পকা
উত্তৰঃ (ক) ইগলু
২০. কিমান চনত জাপানৰ উপসাগৰৰ পানী প্ৰদূষণ হোৱাৰ ফলত বহু মানুহ মিনামাটা ৰোগত আক্ৰান্ত হৈছিল ?
(ক) ১৯৮৮
(খ) ১৯৫৫
(গ) ১৯৪৩
উত্তৰঃ (ক) ১৯৮৮