পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
অধ্য়ায় ১০
(১) ভূগৰ্ভৰ পানী কিমান ফুট তললৈ নামি গৈছিল ?
উত্তৰঃ ৮০০ ফুট তললৈ নামি গৈছিল ।
(২) পৃথিৱীৰ ভিতৰত এখন বিখ্য়াত গাঁও খনৰ নাম কি ?
উত্তৰঃ পিপলান্ত্ৰি ।
(৩) পিপলান্ত্ৰি গাঁওখনক পুনৰ জীয়াই তোলাৰ ব্য়ক্তিজনৰ নাম কি ?
উত্তৰঃ শ্য়াম সুন্দৰ পালিৱাল ।
(৪) ৰাজস্থানৰ ৰাজধানী কি ?
উত্তৰঃ জয়পুৰ ।
(৫) আৰ্জেন্টিনাৰ এটা দলে আহি গাঁওখনক লৈ কি নামৰ চিনেমা নিৰ্মাণ কৰে ?
উত্তৰঃ ‘Thee Sisters’ নামৰ চিনেমা নিৰ্মাণ কৰে ।
(৬) ২০০৭ চনৰ ৰাষ্ট্ৰপতি কোন আছিল ?
উত্তৰঃ ড°এ পি জে আব্দুল কালাম ।
(৭) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনৰ পাঠটোৰ লেখক কোন ?
উত্তৰঃ জ্য়োতিপ্ৰসাদ বুঢ়াগোহাঞি ।
(৮) কিমান চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল ?
উত্তৰঃ ২০১৫ চনত ।
(৯) পিপলান্ত্ৰি গাওঁখনৰ কোনোবা লোক ঢুকালে কি কৰা হয় ?
উত্তৰঃ তেওঁৰ স্মৃতিতো ১১ টা গছপুলি ৰোপন কৰা হয় ।
(১০) গাওঁ খনৰ লৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে ইউনিয়ন বেংক অব ইণ্ডিয়াই কি কৰিছিল ?
উত্তৰঃ৬০ লাখ টকা আগবঢ়াই ছিল ।
Type By- Mandira Saha.
Post ID: DABP004579