শক্তিৰ উৎসসমূহ
অধ্য়ায়- 14
A. অটি চমুপ্ৰশ্নাৱলীঃ মূল্য়াংকঃ1
(i) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
তলৰ উত্তৰটো বাছি উলিওৱা ? [HSLC’16]
(a) জীৱাশ্ম ইন্ধন
(b) জীৱভৰ
(c) নিউক্লীয় শক্তি
(d) বায়ু শক্তি
(ii) তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ? [HSLC’18]
(a) জৈৱ উপাদান
(b) নিউক্লীয় শক্তি
(c) ভূতাপীয় শক্তি
(d) বায়ু শক্তি
(iii) তলৰ কোনটো জীৱ-ভৰ শক্তি উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(b) নিউক্লীয় শক্তি
(c) গোবৰ গেছ
(d) কয়লা
B. চমু প্ৰশ্নাৱলীঃ মূল্য়াকঃ 2/3
1. শক্তিৰ প্ৰত্য়ক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা । [HSLC’15]
2. তলৰ যি কোনো এটাৰ চমুটোকা নিখা
(ক) জলশক্তি প্ৰকল্প (খ) চ’লাৰ কুকাৰ
3. সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি? যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা । [HSLC’16]
4. আমি শক্চতিৰ বিকল্প উৎস বিচাৰো কিয় ? এটা সুবিধাৰ বিষয়ে উল্লেখ কৰা । [HSLC’18]
5. এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি ? তুমি ক্ষযিষ্ণু বুলি বিবেচনা কৰা শক্তি দুটা উৎসৰ নাম উল্লেখ কৰা । [HSLC’19]
6. শক্তিৰ উৎস এটা প্ৰদূষণ মুক্ত হব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ? মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা [HSLC’20]
Type by- Bikul Mandal