মুদ্ৰা আৰু বেংক ব্য়ৱস্থা
অধ্য়ায়- 1
A. অতি চমু প্রশ্নাবলী : মূল্যাংক : 1
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা— [HSLC 10]
(a) কেন্দ্রীয় বেংক
(b) বাণিজ্যিক বেংক
(c) সমবায় বেংক
(d) কৃষি উন্নয়ন বেংক
(ii) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ’ল— [HSLC ’11]
(a) ভাৰতীয় ষ্টেট বেংক’
(b) ভাৰতৰ ৰিজাৰ্ভ বেংক
(c) ভাৰতীয় ইউনিয়ন বেংক
(d) ভাৰতীয় ইউনাইটেড বেংক।
(iii) তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল [HSLC 12]
(a) কাগজী মুদ্রা
(b) ধনাদেশ মুদ্রা
(c) ধাতু মুদ্রা
(d) আদেশ মুদ্রা
(iv) তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক ? [HSLC ’13]
(a) NABARD
(b) RBI
(d) IDBI
(v) কোন বছৰত অসমৰ গাৱঁলীয়া বেংক-সমূহক ‘অসম গ্রামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল ? [HSLC ’14]
(a) 2004
(b) 2006
(c) SBI
(c) 2008
(d) 2010
(vi) ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল ?[HSLC ’17]
(a) ভাৰতীয় ৰিজাৰ্ভ বেংক
(b) বেংক অব হিন্দুস্থান
(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক
(d) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক
(vii) তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি । কেন্দ্রীয় বেংক? [HSLC ’18]
(a) বেংক অৱ হিন্দুস্তান
(b) ৰিস্ক বেংক অৱ ছুইদেন
(c) ভাৰতীয় ৰিজাৰ্ভ বেংক
(d) বেংক অৱ ভেনিচ ‘
2. পণ্য বিনিময় প্রথা’ কি? [HSLC ’12]
3.ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি? [HSLC 15]
B. চমু প্রশ্নাৱালী : মূল্যাংক- 2/3
1. মুদ্ৰাৰ দুটা কুফল উল্লেখ কৰা । [HSLC ’15]
2. পণ্য বিনিময় প্রথা কি? পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা। [HSLC’16]
3. আঞ্চলিক গ্রাম্য বেংকৰ দুটা মূল কাৰ্য লিখা । [HSLC’17]
4. বিনিময় প্রথাৰ দুটা অসুবিধা লিখা। [HSLC ’17]
5. মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা । [HSLC ’18]
6. কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবার্ড) সম্পাদন কৰা দুটা মূল কাৰ্য লিখা । [HSLC 18]
7. বিনিময় প্রথাৰ অসুবিধাসমূহ কি কি ? [HSLC’19]
8. “ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা । [HSLC’19]
9. চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দশোৱা ৷ [HSLC ’20]
10. “নাবাৰ্ড” কি? ইয়াৰ প্ৰধান কাৰ্যবোৰ কি কি? [HSLC’20]
11. IDBI’ কি? ই কেতিয়া স্থাপিত হৈছিল ? ইয়াৰ দুটা মুখ্য কাৰ্য উল্লেখ কৰা । [HSLC 20]
Type by- Bikul Mandal