বেয়া ঠাইলৈ নাযাবা,বেয়া বস্ত নাখাবা,বেয়া বস্তৰ নল’বা গোন্ধ,মৰি মৰি ওপজেনো কোন?

উত্তৰঃ জোনবাই