পাঁচটি আখৰেৰে নামটি গঠিত,শ্বহীদ বুলি সমগ্ৰ অসমতে বিদিত।প্ৰথমে,তৃতীয়ই মিলি ফলক বুজায়,চতুৰ্থ,তৃতীয়ই মিলি ল’বলৈ বুজায়,এজন শ্বহীদ নামেৰে উক্ত সাঁথৰ,পাৰা যদি কোৱাচোন সাঁথৰৰ উত্তৰ? 04/02/202304/02/2023 Puspa Kakati উত্তৰঃ কনকলতা Post Views: 57