দুই তক্তাৰ নাওখন বাৰ দাৰ বায়, পানীত নচলে কিন্তু মাটিৰেই যায় ?

উত্তৰঃ মৈ চলোৱা