তামোল এখন দিয়া ভকত,পাণ চুণ দিবা লগত ধপাত দিবা পাছে,বাকি সকলো মোৰ আছে ?

উত্তৰঃ দাঁতখিনি