পাঠ্য় নং ১৬৩
২৭.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ কোৱা-
(ক) ক্ৰীয়া কেন্দ্ৰ হৈছে বিনোদন সংঘ। শুদ্ধ/অশুদ্ধ।
(খ) ক্ৰীয়া কেন্দ্ৰসমূহ হৈছে কঠোৰ ধৰা-বন্ধা নিয়মৰ সংগঠন আৰু ইয়াত কঢ়া অনুশাসন থাকে। শুদ্ধ/অশুদ্ধ।
(গ) শিশুসকলে তেতিয়াহে শিকে যেতিয়া ডাঙৰসকলে শিকায়। শুদ্ধ/অশুদ্ধ।
(ঘ) ক্ৰীয়া কেন্দ্ৰ হৈছে শিশু-কেন্দ্ৰীক, শিক্ষক-কেন্দ্ৰীক নহয়। শুদ্ধ/অশুদ্ধ।
(ঙ) ক্ৰীয়া কেন্দ্ৰ এটাত শিশুসকলক সিঁহতৰ নিজস্ব গতি অনুসৰি শিকিব দিয়া হয়। শুদ্ধ/অশুদ্ধ।
পাঠ্য় নং ১৬৫
২৭.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১.শুদ্ধ নে অশুদ্ধ কোৱাঃ
(ক) ক্ৰীড়া কেন্দ্ৰ এটাৰ উদ্দেশ্য়সমূহ হৈছে ইয়াৰ সুপৰিচালনাৰ বাবে পূৰ্বাৱশ্য়কীয়। শুদ্ধ/অশুদ্ধ।
(খ) এটা ক্ৰীড়া কেন্দ্ৰত সকলো শিশুৱে দলীয় খেলহে খেলে। শুদ্ধ/অশুদ্ধ।
(গ) শিশুৰ সঞ্চালন ক্ষমতাৰ বিকাশৰ বাবে এটা নিৰাপদ আৰু সুবিধাজনক পৰিৱেশৰ অতি প্ৰয়োজন। শুদ্ধ/অশুদ্ধ।
(ঘ) ক্ৰীড়া কেন্দ্ৰত শিশুসকলক পঢ়া লিখা আৰু গণনা কৰাৰ লগত পৰিচিত কৰোৱা হয়। শুদ্ধ/অশুদ্ধ।
(ঙ) ক্ৰীড়া কেন্দ্ৰ এটাই শিশুৰ সৰ্বাত্মক বিকাশৰ ওপৰত প্ৰাধান্য় দিয়ে। শুদ্ধ/অশুদ্ধ।
২.শুদ্ধ উওৰটো বাচি উলিওৱাঃ
(ক) কৰ্তৃত্বমূলক অনুশাসন হৈছে-
১.সম্পূৰ্ণ বাধ্য়বাধকতা দাবী কৰে, ২.সম্পূৰ্ণ স্বাধীনতা প্ৰদান,
৩.কম বাধ্য়বাধপতা আৰু অধিক স্বাধীনতা,
৪.অধিক বাধ্য়বাধকতা আদায় আৰু কম স্বাধীনতা প্ৰদান।
(খ)অনুমতিসূচক অনুশাসন হৈছে-
১.সম্পূৰ্ণ বাধ্য়বাধকতা দাবী, ২.সম্পূৰ্ণ স্বাধীনতা প্ৰদান,
৩.কম বাধ্য়বাধকতা আৰু অধিক স্বাধীনতা প্ৰদান,
৪.অধিক বাধ্য়বাধকতা আৰু কম স্বাধীনতা প্ৰদান।
(গ)গণতান্ত্ৰিক অনুশাসন হৈছে-
১.সম্পূৰ্ণ বাধ্য়বাধকতা প্ৰদান, ২.সম্পূৰ্ণ স্বাধীনতা প্ৰদান,
৩.কম বাধ্য়বাধকতা আৰু কম স্বাধীনতা প্ৰদান,
৪.বেছি বাধ্য়বাধকতা আৰু কম স্বাধীনতা প্ৰদান।
(ঘ)এটা ভাল ক্ৰীড়া কেন্দ্ৰই এনেকুৱা অনুশাসন মানি চলিব লাগে যিটো হয়-
১.কৰ্তৃত্বমূলক ২.অনুমতিসূচক
৩.গণতান্ত্ৰিক ৪.আটাইকেইটাৰ অলপ অলপ।
(ঙ)শিশুবিলাকৰ মিছা কথা কোৱাৰ অভ্য়াস গঢ় লৈ উঠে-
১.কৰ্তৃত্বশীল অনুশাসনত ২.অনুমতিসূচক অনুশাসনত
৩.গণতান্ত্ৰিত অনুশাসনত ৪.ওপৰৰ এটাও নহয়।
(চ)শিশুসকল নিজ কামত আগভাগ লবলৈ শিকে-
১.কৰ্তৃত্বশীল অনুশাসনত ২.অনুমতিসূচক অনুশাসনত
৩.গণতান্ত্ৰিত অনুশাসনত ৪.ওপৰৰ এটাও নহয়।
(ছ)শিশুৰ মনত আত্মবিশ্বাস গঢ়ি উঠে যেতিয়া সিঁহত ডাঙৰ-দীঘল হয়-
১.কৰ্তৃত্বশীল অনুশাসনত ২.অনুমতিসূচক অনুশাসনত
৩.গণতান্ত্ৰিক অনুশাসনত ৪.ওপৰৰ এটাও নহয়।
পাঠ্য় নং ১৭১
২৭.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১.খালী ঠাই পূৰ কৰাঃ
(ক)______________অনুশাসনত শিশুক কোনো ধৰণৰ নিৰ্দেশনা দিয়া নহয়।
(খ)______________অনুশাসন শিশুৰ বাবে বিশেষ উপযোগী, কিয়নো ইয়ে শিশুক মুক্ত প্ৰকাশৰ সুবিধা দিয়ে।
(গ)______________অনুশাসনত পিতৃ-মাতৃয়ে যুক্তিতকৈ কৰ্তৃত্বৰেহে শাসন কৰে।
(ঘ)চুৰ কৰা আচৰণ দেখা দিয়া শিশুক______________বা______________কৰা উচিত নহয়।
(ঙ)অশান্তিদায়ক ঘৰুৱা পৰিৱেশ_______________ৰ কাৰণ হব পাৰে।
২.শুদ্ধ উওৰটো বাছি উলিওৱাঃ
(ক)শিশুৰ ক্ষেএত অগ্ৰহণযোগ্য় আচৰণ গঢ় লৈ উঠে যদিহে পৰিৱেশ হয়-
১.বাধাদায়ক ২.মুক্ত
৩.বাধাদায়ক আৰু মুক্ত ৪.ওপৰৰ এটাও নহয়।
(খ)শিশুৰ ক্ষেএত শাস্তি আৰু ঠাট্টা ব্য়ৱহাৰ কৰা হয়-
১.কৰ্তৃত্বশীল অনুশাসনত ২.গণতান্ত্ৰিত অনুশাসনত
৩.অনুমতিসূচক অনুশাসনত ৪.উপৰোক্ত আটাইকেইটা অনুশাসনত।
(গ)শিশু এটাই নিজৰ বুঢ়া আঙুলি চুপাৰ কাৰণ-
১.আমনি পালে (বিৰক্তি) ২.নিৰাপওাহীনতা অনুভৱ কৰিলে
৩.ভয় খালে ৪.মনোযোগ আদায়ৰ বাবে।
(ঘ)শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰাৰ কাৰণ-
১.আমনি লগা (বিৰক্তি) ২.নিৰাপওাহীনতা
৩.ভয় ৪.মনোযোগ আদায়।
(ঙ)শিশুৱে মিছা কথা কোৱা কাৰণ-
১.বিৰক্তি ২.নিৰাপওাহীনতা
৩.ভয় ৪.মনোযোগ আদায়।
(চ)শিশু এটাই বস্তু ধ্বংস (ভঙা-চিঙা) কৰাৰ কাৰণ-
১.বিৰক্তি ২.নিৰাপওাহীনতা
৩.ভয় ৪.মনোযোগ আদায়।
(ছ)শিশু এটাই চুৰি কাৰ্যৰ অন্তৰালত থাকে-
১.বিৰক্তি ২.নিৰাপওাহীনতা
৩.ভয় ৪.ঈৰ্ষা।
(জ)শিশু এটাই প্ৰায়ে খাবলৈ অনিচ্ছা প্ৰকাশ কৰে, কাৰণ-
১.বিৰক্তি ২.নিৰাপওাহীনতা
৩.ঈৰ্ষা ৪.অসুস্থতা।
পাঠ্য় নং ১৭৩
পাঠ্য় শেহান্ত প্ৰশ্নাৱলীঃ
১.ক্ৰীড়া কেন্দ্ৰৰ উদ্দেশ্য়ই কিদৰে ইয়াৰ বৈশিষ্ট্য় আৰু কাৰ্যাৱলীক নিৰ্ধাৰণ কৰে?
২.এটা ক্ৰীড়া কেন্দ্ৰত তুমি কিদৰে গণতান্ত্ৰিত অনুশাসন প্ৰণালী প্ৰয়োগ কৰিবা সেই বিষয়ে এটা দফা লিখা।
৩.শিশুৰ সমস্য়া জড়িত আচৰণৰ কাৰণসমূহ কি কি?
৪.তোমাৰ মতে কেনেকুৱা ধৰণৰ সমস্য়া জড়িত আচৰণ পিতৃ-মাতৃৰ বাবে আটাইতকৈ কঠিন?