কি মানে (কচু) ডিঙি নখজুৱায় ?

উত্তৰঃ বৰ্তমান,শক্তিমান,অলপমান,বিমান,ধীমান,বুদ্ধিমান,শ্ৰীমান,যজমান,আন্দমান ।