পাঠ্য় নং ১৯৪
২৯.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১.কাৰ্যসূচীৰ পৰিকল্পনাৰ সংজ্ঞা দিয়া।
২.কাৰ্যসূচী পৰিকল্পনাৰ নীতিসমূহ উল্লেখ কৰা।
৩.দীৰ্ঘকালীন পৰিকল্পনা আৰু হ্ৰস্বকালীন পৰিকল্পনাৰ মাজত থকা এটা পাৰ্থক্য় আৰু এটা সাদৃশ্য় লিখা।
৪.শুদ্ধ উওৰটো বাছি উলিওৱাঃ
(ক)ক্ৰীয়া কেন্দ্ৰৰ কাৰ্যসূচী হব লাগে-
১)শিথিল বা নমনীয় ২)স্থিৰ বা অনমনীয়
৩)ক্ষন্তেকীয়া ৪)স্থায়ী।
(খ)ক্ৰীয়া কেন্দ্ৰৰ কাৰ্যসূচীয়ে দিব লাগে-
১)উন্নত অভিজ্ঞতা ২)মনোগ্ৰাহী অভিজ্ঞতা
৩)প্ৰাথমিক ও স্পষ্ট অভিজ্ঞতা ৪)উপযুক্ত দক্ষতা।
(গ)কাৰ্যসূচীসমূহে এইধৰণে সলনা সলনি কৰিব লাগে-
১)সামাজিক আৰু সমান্তৰাল খেলৰ মাজত, ২)ব্য়ক্তিগত আৰু সমান্তৰাল খেলৰ মাজত
৩)সক্ৰিয় আৰু নীৰৱ খেলৰ মাজত ৩)সহযোগী আৰু দলীয় খেলৰ মাজত।
(ঘ)জানুৱাৰী মাহৰ শেষৰ সপ্তাহটোৰ বাবে এটা উপযুক্ত বিষয় হব-
১)জীৱ-জন্তু ২)ৰাষ্ট্ৰীয় নেতা
৩)পানী ৪)ফুল।
৫.কাৰ্যসূচী পৰিকল্পনাৰ বাবে যিকোনো দহটা বিষয় এখন তালিকা প্ৰস্তুত কৰা।
৬.এটা ক্ৰীয়া কেন্দ্ৰৰ বাবে এখন সাপ্তাহিক কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰা।
পাঠ্য় নং ১৯৮
২৯.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১.(শিশুক) খুওৱা কাৰ্যসূচীৰ সংজ্ঞা দিয়া।
২.খুওৱা কাৰ্যসূচীৰ এটা কাৰ্য উল্লেখ কৰা।
৩.খুওৱা কাৰ্যসূচীৰ ব্য়বস্থা কৰোতে মনৰ ৰাখিব লগা চাৰিটা দিশ উল্লেখ কৰা।
৪.উপযুক্ত বিকল্প উওৰটো বাচি উলিওৱাঃ
(ক)খুওৱা কাৰ্যসূচীত থাকিব লাগে এজন প্ৰশিক্ষণপ্ৰাপ্ত-
১)শিক্ষক ২)ৰান্ধনী
৩)সহায়কাৰী ৪)কৰ্মচাৰী।
(খ)খাদ্য় বস্তুৰ পৰিমাণৰ হিচাপ কৰিব লাগে-
১)ৰন্ধাৰ আগতে ২)ক্ৰয় কৰাৰ আগতে
৩)বিতৰণ কৰাৰ আগতে ৪)জমা কৰাৰ আগতে।
(গ)খুওৱা কাৰ্য অধিক ফলৱতী হয় যেতিয়া ই জড়িত হয়-
১)স্বাস্থ্য় পৰীক্ষাৰ লগত ২)পুষ্টিদায়ক খাদ্য় শিক্ষা বা পুষ্টিকাৰী শিক্ষাৰ লগত
৩)ক্ৰয় কৰা কাৰ্যৰ লগত ৪)অনাময় কাৰ্যৰ লগত।
৫.তলৰ ক অংশৰ কথাখিনি খ অংশৰ লগত মিলাই লিখা—
ক খ
খাদ্য় বস্তু নিৰ্ধাৰিত দৈনিক প্ৰয়োজন
(১-৩ বছৰ বয়সৰ, গ্ৰাম হিচাপ)
১)শাক-পাচলি (ক)৩০০
২)গাখীৰ (খ)৩৫
৩)মাটিৰ তলৰ পাচলি (গ)২০
৪)মাহ জাতীয় (ঘ)১০
৫)শস্য় জাতীয় (ঙ)৩০
(চ)১৭৫
(ছ)৪০
পাঠ্য় নং ১৯৯
পাঠ্য় শেহান্ত অনুশীলনীঃ
১.ক্ৰীয়া কেন্দ্ৰ এটাত থকা বিভিন্ন বয়সৰ শিশুৰ বাবে বিভিন্ন বিষয়বস্তু আৰু শিৰোনামাসমূহৰ তালিকা এখন প্ৰস্তুত কৰা।
২.ওচৰৰ ক্ৰীয়া কেন্দ্ৰ এটাই খুওৱা কাৰ্যসূচীক নিৰীক্ষণ কৰি এসপ্তাহ খাদ্য় বস্তু তালিকাৰ বিষয়ে লিখা। এই সমূহ কিহৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে আৰু কি কি কাৰক ইয়াত নিহিত হৈ আছে ব্য়াখ্য়া কৰা।