ওপৰে জাপি,তলেও জাপি,মাজত আছে শলাকাঠি।এশমান পুত্ৰক কোলাত লৈ,ৰৈ আছে মাকজনী?

উত্তৰঃতামোল গছ জোপা