এটা পাচিত মুঠতে কণী কিমান আছিল সুধিলে—উত্তৰ সাথৰেৰে দিলে এইদৰে—দুটা হিচাপত গন্তি কৰিলে,এক বাকী থাকিব,তিনিটা হিচাপত গন্তি কৰিলে,দুই বাকী থাকিব,চাৰিটা হিচাপত গন্তি কৰিলে,তিনি বাকী থাকিব,পাঁচোটা হিচাপত গন্তি কৰিলে চাৰিহে বাকী থাকিব, ছটা হিচাপত গন্তি কৰিলে কিন্ত পাঁচটাহে বাকী থাকিব সাতোটা হিচাপত গন্তি কৰিলে কিন্তু একো বাকী নাথাকে । Posted on 07/02/202307/02/2023 by Puspa Kakati উত্তৰঃ১১৯ টা কণী থাকিব Post Views: 74