উপজিয়ে মূৰত টুপী,কৃষ্ণ অবতাৰত হৰিছিিল গোপী। ৰাম অৱতাৰত ৰাবণ বধ,সেই বৃষৰ শুৱনি পাত?

উত্তৰঃবাঁহগছ