পাঠ নং ১৬
১৭.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১. আত্ম নিয়ন্ত্ৰণ বুলিলে কি বুজা ?
২. দুটা এনে চৰ্ত উল্লেখ কৰা যিয়ে আত্ম নিয়ন্ত্ৰণ অধিক ফলপ্ৰসূ কৰে।
পাঠ নং ১৭
১৭.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১. নৈতিক দিশস্থিতিৰ বিকাশৰ প্ৰকৃতি নিৰ্ণয় কৰা।
২. কহলবাৰ্গৰ মতে নৈতিক যুক্তিয়ে কিমানটা স্তৰ পাৰ হব লাগে ?
পাঠ্য় নং ১৯
১৭.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১. সমাজমুখী আচৰণৰ দুটা উদাহৰণ দিয়া।
২. দুটা পদ্ধতি উল্লেখ কৰা যাৰ সহায়ত সমাজমুখী আচৰণ শক্তিশালী কৰিব পাৰি।
৩. তিনিটা সমাজবিৰোধী আচৰণৰ উদাহৰণ দিয়া।
পাঠ্য় সমাপ্তিৰ অনুশীলনঃ
১. তুমি কিদৰে আত্ম নিয়ন্ত্ৰণৰ প্ৰণালী যিকোনো সমস্য়াৰ পৰিস্থিতিত ব্য়ৱহাৰ কৰিবা? উদাহৰণসহ ব্য়াখ্য়া কৰা।
২. নৈতিকতাৰ কিদৰে বিকাশ হয়।