১ জানুৱাৰী ঃ জনতাৰ দিন
বিশ্ব পৰিয়াল দিৱস
কিউবাৰ মুক্তি দিৱস
৪ জানুৱাৰী ঃ বিশ্ব ব্রেইল দিবস
৯ জানুৱাৰী ঃ প্রবাসী ভাৰতীয় দিবস
১০ জানুৱাৰী ঃ বিশ্ব হাস্য দিৱস
১২ জানুৱাৰী ঃ বিবেকানন্দ জয়ন্তী
ৰাষ্ট্ৰীয় যুৱ দিৱস
১৫ জানুৱাৰী ঃ সেনা দিবস
১৭ জানুৱাৰী ঃ শিল্পী দিবস
২১ জানুৱাৰী ঃ মণিপুৰ দিৱস
২৩ জানুৱাৰী ঃ ৰাষ্ট্ৰীয় পর্যটন দিৱস
নেতাজী দিৱস
২৫ জানুৱাৰী ঃ হিমাচল প্রদেশ দিৱস
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস
২৬ জানুৱাৰী ঃ গণৰাজ্য দিৱস
আন্তঃৰাষ্টীয় সীমা শুল্ক দিৱস
৩০ জানুৱাৰী ঃ শহীদ দিবস
কুষ্ঠ নিবাৰণী দিৱস
সৰ্বোদয় দিৱস
৩১ জানুৱাৰী ঃ মে-দাম-মে-ফি
নাওৰু স্বাধীনতা দিবস
২ ফেব্ৰুৱাৰী ঃ বিশ্ব জলাশয় দিৱস
৩ ফেব্ৰুৱাৰী ঃ চিলাৰায় দিৱস
৪ ফেব্ৰুৱাৰী ঃ বিশ্ব কৰ্কট দিৱস
নিউজিলেণ্ড দিৱস
শ্ৰীলংকাৰ স্বাধীনতা দিৱস
৭ ফেব্ৰুৱাৰী ঃ গ্ৰেনেডাৰ স্বাধীনতা দিৱস
৮ ফেব্ৰুৱাৰী ঃ বিদ্যাৰ্থী দিৱস
১১ ফেব্ৰুৱাৰী ঃ মিতভাষ দিৱস
ইৰাণৰ ইছলামিক বিপ্লৱ বিজয় দিৱস
১৪ ফেব্ৰুৱাৰী ঃ ভেলেণ্টাইন দিৱস
১৬ ফেব্ৰুৱাৰী ঃ লিথুৱানিৱাৰ ৰাষ্ট্ৰীয় দিৱস
১৮ ফেব্ৰুৱাৰী ঃ গাম্বিয়াৰ স্বাধীনতা দিৱস
২০ ফেব্ৰুৱাৰী ঃ বিশ্ব সামাজিক ন্যায় দিৱস
অৰুণাচল আৰু মিজোৰাম দিৱস
২১ ফেব্ৰুৱাৰী ঃ আন্তৰ্জাতিক মাতৃভাষা দিৱস
২৪ ফেব্ৰুৱাৰী ঃ কেন্দ্ৰীয় আবকাৰী দিৱস
২৮ ফেব্ৰুৱাৰী ঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
৮ মাৰ্চ ঃ আন্তৰাষ্ট্ৰীয় নাৰী দিৱস
২১ মাৰ্চ ঃ বিশ্ব কাব্য দিৱস
২২ মাৰ্চ ঃ বিশ্ব জল দিৱস
২৪ মাৰ্চ ঃ বিশ্ব যক্ষ্মা দিৱস
৫ এপ্ৰিল ঃ ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস
৭ এপ্ৰিল ঃ বিশ্ব স্বাস্থ্য দিৱস
১৪ এপ্ৰিল ঃআম্বেদকাৰ জয়ন্তী
২৯ এপ্ৰিল ঃ বিশ্ব নৃত্য দিৱস
১ মে’ ঃ মে’ দিৱস
৩ মে’ঃ সংবাদ মাধ্য়মৰ স্বাধীণতা দিৱস
৮ মে’ঃ বিশ্ব ৰেডক্ৰছ দিৱস
১১ মে’ঃ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
১২ মে ঃ বিশ্ব ধাত্ৰী দিৱস
১৭ মে’ ঃ বিশ্ব দূৰসংযোগ দিৱস
১৮ মে’ঃ আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস
৩১ মে’ঃ বিশ্ব ধঁপাত বিৰোধী দিৱস
৫ জুন ঃ বিশ্ব পৰিৱেশ দিৱস
১২ জুন ঃ বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস
১৪ জুন ঃ বিশ্ব ৰক্তদাতা দিৱস
২০ জুন ঃ ৰাভা দিৱস
২১ জুন ঃ বিশ্ব সংগীত দিৱস
১ জুলাই ঃ চিকিৎসক দিৱস
১১ জুলাই ঃ বিশ্ব জনসংখ্যা দিৱস
১৮ জুলাই ঃ মেণ্ডেলা দিৱস
২৬ জুলাই ঃ কাৰ্গিল বিজয় দিৱস
৯ আগষ্ট ঃ ভাৰত ত্যাগ আন্দোলন দিৱস
১৩ আগষ্ট ঃ আন্তঃৰাষ্ট্ৰীয় বাওঁহতীয়া দিৱস
১৫ আগষ্ট ঃ স্বাধীনতা দিৱস
২৯ আগষ্ট ঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস
৩ ছেপ্টেম্বৰ ঃ অভিৰুচি ক্ৰীড়া দিৱস
৫ ছেপ্টেম্বৰ ঃ শিক্ষক দিৱস
৮ ছেপ্টেম্বৰ ঃআন্তঃৰাষ্ট্ৰীয় স্বাক্ষৰতা দিৱস
১০ ছেপ্টেম্বৰ ঃ বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস
১৪ ছেপ্টেম্বৰ ঃ হিন্দী দিৱস
১৫ ছেপ্টেম্বৰ ঃ অভিযন্তা দিৱস
২৭ ছেপ্টেম্বৰ ঃ বিশ্ব পৰ্যটন দিৱস
২৮ ছেপ্টেম্বৰ ঃ বিশ্ব জলাতংক দিৱস
১ অক্টোবৰ ঃ আন্তঃঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস
২ অক্টোবৰ ঃ ৰান্ধী জয়ন্তী (বিশ্ব অহিংসা দিৱস)
৮ অক্টোবৰ ঃ ভাৰতীয় বায়ুসেনা দিৱস
১০ অক্টোবৰ ঃ ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস
১০ অক্টোবৰ ঃ বিশ্ব মানসিক স্বাস্থ্য দিৱস
১৪ অক্টোবৰ ঃ বিশ্ব মান দিৱস
১৫ অক্টোবৰ ঃ বিশ্ব শুভ্ৰ দণ্ড দিৱস
১৫ অক্টোবৰ ঃ বিশ্ব হাতধোৱা দিৱস
১৬ অক্টোবৰ ঃ বিশ্ব খাদ্য দিৱস
১৭ অক্টোবৰ ঃ আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা দূৰীকৰণ দিৱস
২৪ অক্টোবৰ ঃ ৰাষ্ট্ৰসংঘ দিৱস
২৯ অক্টোবৰ ঃ বিশ্ব ষ্ট্ৰোক দিৱস
১১ নৱেম্বৰ ঃ ৰাষ্ট্ৰীয় শিক্ষা দিৱস
১৪ নৱেম্বৰ ঃ বিশ্ব ডায়বেটিছ দিৱস
১৪ নৱেম্বৰ ঃ শিশু দিৱস
১৬ নৱেম্বৰ ঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
২১ নৱেম্বৰ ঃ বিশ্ব হেল্ল’ দিৱস
২১ নৱেম্বৰ ঃ লাচিত দিৱস
১ ডিচেম্বৰ ঃবিশ্ব এইড্চ দিৱস
২ ডিচেম্বৰ ঃ চুকাফা দিৱস
৩ ডিচেম্বৰ ঃ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস
১০ ডিচেম্বৰ ঃমানৱ অধিকাৰ দিৱস
১৮ ডিচেম্বৰ ঃ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস
১৮ ডিচেম্বৰ ঃ সংখ্যালঘুৰ অধিকাৰ দিৱস
২৩ ডিচেম্বৰ ঃ কৃষক দিৱস
২৯ ডিচেম্বৰ ঃ কবিতাৰ দিৱস