পাঠ্য় নং ১১২
২৮.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
শুদ্ধ উওৰ বিচাৰি উলিওৱাঃ
(১) অষ্টম শ্ৰেণীলৈকে উৰ্ওীণ এজন ছাএই তলৰ কোনটো চাকৰিৰ বাবে যোগ্য়?
(ক) কেৰাণী (খ) অভিযন্তা
(গ) পিয়ন (ঘ) টিভি মেকানিক
(২) দ্বাদশ শ্ৰেণী উওীৰ্ণ এজন ব্য়ক্তিয়ে তলৰ কোনটো চাকৰিৰ বাবে যোগ্য়?
(ক) কেৰাণী (খ) আৰক্ষী
(গ) সেনাবাহিনী (ঘ) ওপৰৰ সকলো।
(৩)সাধাৰণ শিক্ষাত অন্তৰ্ভুক্ত নহয় ।
(ক) প্ৰাথমিক শিক্ষা (খ) উচ্চ মাধ্য়মিক বিদ্য়ালয়
(গ) স্নাতক (ঘ) অভিযন্তা
(৪)স্নাতক ডিগ্ৰীয়ে তলত উল্লিখিত কোনো চাকৰি পোৱাত সহায় নকৰে-
(ক)প্ৰতিযোগীতামূলক পৰীক্ষা (খ) বেংকৰ চাকৰি
(গ) চৰকাৰী অধীনস্থ চাকৰি (ঘ) উৰাজাহাজৰ পাইলট
পাঠ্য় নং ১১৫
২৮.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
তলত দিয়াবোৰৰ পৰা শুদ্ধ উওৰ বাচি উলিওৱাঃ
১. বাস্তৱধমী ব্য়ক্তিৰ বাবে তলৰ কোনটো চাকৰি উপযুক্ত নহয়-
(ক) অভিযন্তা (খ) বিজ্ঞানী
(গ) মেকানিক (ঘ) ক্ৰেন চালক/সঞ্চালক।
২. তলৰ কোনটো চাকৰিৰ বাবে সামাজিক মানুহ উপযুক্ত?
(ক) শিক্ষক (খ) বিজ্ঞানী
(গ) কেৰাণী (ঘ) বিদ্য়ুৎ কৰ্মী।
৩. তলৰ কোনটো কামৰ বাবে শিল্পসুলভ ব্য়ক্তি উপযুক্ত নহয়।
(ক) সংগীতজ্ঞ (খ) লিখক
(গ) চালক (ঘ) কলাকাৰ।
৪. উদ্য়োগী ব্য়ক্তিসকল ভাল হয়-
(ক) বিক্ৰী কৰা (খ) নেতৃত্ব দিয়া
(গ) প্ৰভাৱ বিস্তাৰ কৰা (ঘ) ওপৰৰ সকলোবোৰ।
৫. অনুসন্ধিৎসু ব্য়ক্তিসকল-
(ক) ভাল নেতা (খ) সৰ্বসাধাৰণ মানুহৰ দৰে
(গ) বিজ্ঞানসুলভ দৃষ্টিভংগীৰ অধিকাৰী (ঘ) আনৰ ওপৰত নিৰ্ভৰশীল।
৬. পৰম্পৰাগত বিশ্বাসী লোকসকল তলৰ কোনটো কামৰ বাবে যোগ্য় নহয়-
(ক) সামাজিক আচৰণ (খ) ব্য়ৱস্থাগত কাম-কাজ
(গ) ক্ষমতাৰ স্থান (ঘ) দোকানত কাম কৰা।
পাঠ্য় নং ১১৭
২৮.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১. তলত উল্লেখ কৰা কোনবোৰ দিশ বৃওিৰ বাচনিৰ ক্ষেএত উল্লেখযোগ্য়-
(ক) আগ্ৰহ (খ) সক্ষমতা
(গ) শিক্ষাগত অৰ্হতা (ঘ) ওপৰৰ সকলো।
২. তলত দিয়া কোনবোৰ শুদ্ধ আৰু কোনবোৰ অশুদ্ধঃ
(ক) আগ্ৰহ আৰু ব্য়ক্তিত্ব কেতিয়াও সলনি নহয়। শুদ্ধ/অশুদ্ধ।
(খ) কেৱল মাএ শিক্ষাগত অৰ্হতাই বৃওিগত বাচনিৰ মূল কথা। শুদ্ধ/অশুদ্ধ।।
(গ) মনোবিজ্ঞানীসকলে এজন ব্য়ক্তিৰ সক্ষমতা আৰু ব্য়ক্তিত্ব বঢ়াই তুলিব পাৰে। শুদ্ধ/অশুদ্ধ।
(ঘ) যিকোনো মানুহে যিকোনো কাম কৰিব পাৰে। শুদ্ধ/অশুদ্ধ।
পাঠ্য় নং ১২০
২৮.৪ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
১. সংগঠন মানে কি?
২. সাংগঠনিক ভেটি/নীতি-নিয়ম মানে কি বুজা?
৩. ওপৰৰ উল্লেখ নথকা তিনিটা সংগঠনৰ উদাহৰণ দিয়া।
পাঠ্য় শেহান্ত প্ৰশ্নাৱলীঃ
১. ব্য়ক্তিত্বৰ চাৰিএিক বৈশিষ্ট্য়সমূহ কি দৰে বিভিন্ন ভাগত ভাগ কৰিব পাৰি?
২. মনোবৈজ্ঞানীক পৰীক্ষা মানে কি? এই পৰীক্ষাবোৰে বৃওিৰ নিৰ্বাচনৰ ক্ষেএত কি দৰে সহায় কৰে?
৩. কৰ্মসন্তুষ্টি মানে কি?