পানীৰ মাজত অবাধে চলিল,বুৰ মাৰোতেও গো নিতিতিল । ই কি জীৱ গঁৰালত থাকে বহল ঠোঁটেৰে চিকাৰ ধৰে ?

উত্তৰঃ হাঁহ ।