দীঘল চৰাইৰ দীঘল ঠোঁট,মুখে ধৰে লক্ষ্য গোট । পেটৰ ভিতৰত উঠে জুই, খাব নোৱাৰি থাকে শুই ?

উত্তৰঃ ঢেঁকী