তিনি আখৰৰ নাম মোৰ সকলোৱে ভাল পায়, মোকলৈয়ে কোনোৱে হাঁহে,কোনোৰ কান্দোতে যায় ?

উত্তৰঃ জীৱন